সদস্য বাৰ্তা:Gitartha.bordoloi/নতুন অৱদানকাৰীৰ সহায় পৃষ্ঠা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


নামটো অলপ সলনি কৰিলে ভাল হ’ব নেকি?

  1. ৱিকিপিডিয়া:নবাগত সদস্যৰ সহায় পৃষ্ঠা বা
  2. ৱিকিপিডিয়া:নতুন সদস্যৰ সহায় পৃষ্ঠা

কিয়নো নবাগত সদস্যসকল অৱদানকাৰী হয় জানো? বৰঙনি যোগোৱাৰ পাছতহে অৱদানকাৰী হ’ব| বিষ্ণু শইকীয়া 16:29, 6 নৱেম্বৰ 2012 (UTC)

contributorটো "অৱদানকাৰী" হিচাপেই ৰাখিছোঁ। এই পৃষ্ঠাখন বাংলাৰ পৰা লৈছোঁ। ইংৰাজী পৃষ্ঠাখনতো শিৰোনামটো এনেকৈ ৰাখি নতুন প্ৰবন্ধ সৃষ্টি কৰক, প্ৰশ্ন সোধক জাতীয় সহায়বোৰ আছে। লগতে "সহায়:অৰ্থকোষ"ত "সদস্য"ক "ৱিকিপিডিয়াত একাউণ্ট খোলা এজন সম্পাদক" বুলি কোৱা হৈছে। — গীতাৰ্থ বৰদলৈ (talk) 16:40, 6 নৱেম্বৰ 2012 (UTC)