সদস্য বাৰ্তা:Himu1983
নমস্কাৰ, Himu1983
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
নতুন প্ৰবন্ধ
[সম্পাদনা কৰক]"মৰিগাঁও" পৃষ্ঠাখনৰ জৰিয়তে ৱিকিপিডিয়াৰ জগতত খোজ পেলোৱা বাবে ধন্যবাদ। আপুনি মৰিগাঁৱৰ বিষয়ে আৰু অলপ তথ্য পৃষ্ঠাখনত সংযোগ কৰক। আন আন নগৰৰ বিষয়ে লিখা প্ৰবন্ধবোৰৰ পৰা আভাস লৈ ল'ব পাৰে। — গীতাৰ্থ বৰদলৈ (talk) 19:03, 24 জুন 2013 (UTC)