সদস্য বাৰ্তা:Hiranyadhan
বিষয় যোগ কৰক|
|
নমস্কাৰ, Hiranyadhan
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
|
বিষ্ণু শইকীয়া⇒✉ 13:47, 15 ফেব্ৰুৱাৰী 2013 (UTC)
বাঘমাৰা নামৰ উৎপত্তি
[সম্পাদনা কৰক]বৰপেটা জিলাৰ বজালী মহকুমাৰ উত্তৰ অঞ্চলৰ এখন লেখত লব লগিয়া গাওঁ বাঘমাৰা ৷ মিশ্ৰিত জন গাঠনিৰে স্ব-স্ব ধৰ্মীয় গৰিমাৰে বসবাস কৰি থকা আমাৰ অতিকৈ আপোন এইখন বাঘমাৰা… অতিতত এই ঠাইখন অটব্য হাবিৰে ভৰা এখন জয়াল ঠাই আছিল৷ হাবিত বাভিন্ন জীৱ-জন্তুৰ লগতে বাঘ আছিল৷ সময়ত বিভিন্ন ঠাইৰ পৰা অহা কিছুমান সাহসী মানুহে হাবি কাটি ঠাই মুকলি কৰি ইয়াত থকা বাঘকেইটা মাৰি বসতি পাতিলে৷ ফলত এই ঠাইখন কালক্ৰমত বাঘমাৰা নামেৰে প্ৰখ্যাত হ’ল৷ এয়েই বাঘমাৰা নামৰ উৎপত্তিৰ সম্পৰ্কে সৰ্বসাধাৰণৰ ধাৰণা৷ এই ধাৰণা আমাৰো আছিল যদিও ইয়াৰ পৰিবেশ আৰু অৱস্থানৰ পৰ্যালোচনা কৰি প্ৰতীতি জন্মিল যে উক্ত ধাৰণা সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়৷ আমি জনাত বাঘমাৰাৰ পৰা আঢ়ৈ মাইল পশ্চিমে পহুমাৰা নদীৰ পশ্চিম পাৰত থকা “বৰজাৰ” আছিল অসংখ্য বাঘৰ বাসস্থান৷ নদা পাৰ হৈ আহি বাঘবিলাকে কাষতে থকা বতীয়ামাৰী, কঠালমূৰী, চৰ্ণা আদি গাওঁত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল৷ সন্ত্ৰাস জৰ্জৰ মানুহবোৰে বিভিন্ন উপায়েৰে তাত থকা বাঘ বিলাক মাৰি শেষ কৰিলে৷ কিন্তু সেই বিলাক ঠাই বাঘমাৰা বুলি খ্যাত নহ’ল৷ ইয়াৰ বিপৰীতে বাঘমাৰাত কোনো হাবি থকাৰ প্ৰমান নাই আৰু ইয়াত বাঘমাৰাৰো কোনো নজিৰ নাই৷ অথচ এই ঠাইৰ নাম বাঘমাৰা হ’ল৷ সেইসময়ৰ কিছুমান মানুৰ মুখৰ পৰা শুনা মতে বনৰ বাঘ মৰাৰ কাৰণে এই ঠাইৰ নাম বাঘমাৰা হোৱা নাই৷ এই ঠাইৰ নাম বাঘমাৰা হোৱাৰ এচি সুন্দৰ কাহিনী আছে৷ সেই কাহিনীটো এনে ধৰণৰ… বৰপেটা জিলাৰ বজালী মহকুমাৰ উত্তৰ অঞ্চলৰ এখন লেখত লব লগিয়া গাওঁ বাঘমাৰা ৷ মিশ্ৰিত জন গাঠনিৰে স্ব-স্ব ধৰ্মীয় গৰিমাৰে বসবাস কৰি থকা আমাৰ অতিকৈ আপোন এইখন বাঘমাৰা… বৰপেটা জিলাৰ বজালী মহকুমাৰ উত্তৰ অঞ্চলৰ এখন লেখত লব লগিয়া গাওঁ বাঘমাৰা ৷ মিশ্ৰিত জন গাঠনিৰে স্ব-স্ব ধৰ্মীয় গৰিমাৰে বসবাস কৰি থকা আমাৰ অতিকৈ আপোন এইখন বাঘমাৰা… অতিতত এই ঠাইখন অটব্য হাবিৰে ভৰা এখন জয়াল ঠাই আছিল৷ হাবিত বাভিন্ন জীৱ-জন্তুৰ লগতে বাঘ আছিল৷ সময়ত বিভিন্ন ঠাইৰ পৰা অহা কিছুমান সাহসী মানুহে হাবি কাটি ঠাই মুকলি কৰি ইয়াত থকা বাঘকেইটা মাৰি বসতি পাতিলে৷ ফলত এই ঠাইখন কালক্ৰমত বাঘমাৰা নামেৰে প্ৰখ্যাত হ’ল৷ এয়েই বাঘমাৰা নামৰ উৎপত্তিৰ সম্পৰ্কে সৰ্বসাধাৰণৰ ধাৰণা৷ এই ধাৰণা আমাৰো আছিল যদিও ইয়াৰ পৰিবেশ আৰু অৱস্থানৰ পৰ্যালোচনা কৰি প্ৰতীতি জন্মিল যে উক্ত ধাৰণা সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়৷ আমি জনাত বাঘমাৰাৰ পৰা আঢ়ৈ মাইল পশ্চিমে পহুমাৰা নদীৰ পশ্চিম পাৰত থকা “বৰজাৰ” আছিল অসংখ্য বাঘৰ বাসস্থান৷ নদা পাৰ হৈ আহি বাঘবিলাকে কাষতে থকা বতীয়ামাৰী, কঠালমূৰী, চৰ্ণা আদি গাওঁত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল৷ সন্ত্ৰাস জৰ্জৰ মানুহবোৰে বিভিন্ন উপায়েৰে তাত থকা বাঘ বিলাক মাৰি শেষ কৰিলে৷ কিন্তু সেই বিলাক ঠাই বাঘমাৰা বুলি খ্যাত নহ’ল৷ ইয়াৰ বিপৰীতে বাঘমাৰাত কোনো হাবি থকাৰ প্ৰমান নাই আৰু ইয়াত বাঘমাৰাৰো কোনো নজিৰ নাই৷ অথচ এই ঠাইৰ নাম বাঘমাৰা হ’ল৷ সেইসময়ৰ কিছুমান মানুৰ মুখৰ পৰা শুনা মতে বনৰ বাঘ মৰাৰ কাৰণে এই ঠাইৰ নাম বাঘমাৰা হোৱা নাই৷ এই ঠাইৰ নাম বাঘমাৰা হোৱাৰ এচি সুন্দৰ কাহিনী আছে৷ সেই কাহিনীটো এনে ধৰণৰ… অতিতত এই ঠাইখন অটব্য হাবিৰে ভৰা এখন জয়াল ঠাই আছিল৷ হাবিত বাভিন্ন জীৱ-জন্তুৰ লগতে বাঘ আছিল৷ সময়ত বিভিন্ন ঠাইৰ পৰা অহা কিছুমান সাহসী মানুহে হাবি কাটি ঠাই মুকলি কৰি ইয়াত থকা বাঘকেইটা মাৰি বসতি পাতিলে৷ ফলত এই ঠাইখন কালক্ৰমত বাঘমাৰা নামেৰে প্ৰখ্যাত হ’ল৷ এয়েই বাঘমাৰা নামৰ উৎপত্তিৰ সম্পৰ্কে সৰ্বসাধাৰণৰ ধাৰণা৷ এই ধাৰণা আমাৰো আছিল যদিও ইয়াৰ পৰিবেশ আৰু অৱস্থানৰ পৰ্যালোচনা কৰি প্ৰতীতি জন্মিল যে উক্ত ধাৰণা সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়৷ আমি জনাত বাঘমাৰাৰ পৰা আঢ়ৈ মাইল পশ্চিমে পহুমাৰা নদীৰ পশ্চিম পাৰত থকা “বৰজাৰ” আছিল অসংখ্য বাঘৰ বাসস্থান৷ নদা পাৰ হৈ আহি বাঘবিলাকে কাষতে থকা বতীয়ামাৰী, কঠালমূৰী, চৰ্ণা আদি গাওঁত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল৷ সন্ত্ৰাস জৰ্জৰ মানুহবোৰে বিভিন্ন উপায়েৰে তাত থকা বাঘ বিলাক মাৰি শেষ কৰিলে৷ কিন্তু সেই বিলাক ঠাই বাঘমাৰা বুলি খ্যাত নহ’ল৷ ইয়াৰ বিপৰীতে বাঘমাৰাত কোনো হাবি থকাৰ প্ৰমান নাই আৰু ইয়াত বাঘমাৰাৰো কোনো নজিৰ নাই৷ অথচ এই ঠাইৰ নাম বাঘমাৰা হ’ল৷ সেইসময়ৰ কিছুমান মানুৰ মুখৰ পৰা শুনা মতে বনৰ বাঘ মৰাৰ কাৰণে এই ঠাইৰ নাম বাঘমাৰা হোৱা নাই৷ এই ঠাইৰ নাম বাঘমাৰা হোৱাৰ এচি সুন্দৰ কাহিনী আছে৷ সেই কাহিনীটো এনে ধৰণৰ… কেবা শ বছৰ আগতে বৰ্তমানৰ বাঘমাৰাৰ পশ্চিম দিশেৰে বৈ গৈছিল শুকুলা নদী৷ এটিয়াৰ বাঘমাৰা ছোৱালী হাইস্কুলৰ কাষেৰে এটি জান বৈ গৈ শুকুলা নদীত মিলিছিল৷ এই জানৰ পাৰতেই আছিল এখন কুমাৰ (হীড়া)৷ জীৱিকাৰ সন্ধানত সুদূৰ দক্ষিণৰ পৰা নদী পথেৰে আহি সুবিধাজনক ঠাই পাই তেওঁলোকে ইয়াতে বসতি স্থাপন কৰিছিল৷ মানুহৰ প্ৰয়োজনীয় বিভন্ন মাটিৰ পাত্ৰ তেওঁলোকে তৈয়াৰ কৰিছিল আৰু এই পাত্ৰ বিলাকৰ বিনিময়ত তেওঁলোকৰ প্ৰয়োজনীয় বস্তু যেনে- ধান, মাহ, সৰিয়হ, আদি সংগ্ৰহ কৰিছিল৷ মাটিৰ পাত্ৰ তৈয়াৰ কৰিবৰ বাবে তেওঁলোকে বহুত দক্ষিণৰ পৰা নাওৰে মাটি আনিছিল৷ মাটি আনিবলৈ দুই তিনি জন মানুহ একেলগে গৈছিল৷ এবাৰ আটহু,জলহু আৰু বদৰু নামৰ তিনিজন মানুহ মাটি আনিবলৈ যাওঁতে নদীৰ পাৰৰ এজোপা বট গছৰ তলত এজন সন্যাসী লগ পাইছিল৷ সেইদিনা তেওঁলোকে সেই সন্যাসীৰ ঘাটত নাওঁ বান্ধি সন্যাসীৰ লগত নিশা কটাইছিল৷ সেই নিশাই তেওঁলোকৰ মাজৰ আতহু নামৰ লোকজনে সন্যাসীৰ পৰা কেবাটাও মন্ত্ৰ শিকিছিল৷ মন্ত্ৰ বিলাকৰ ভিতৰত এটি আছিল মানুহক বাঘ কৰা মন্ত্ৰ৷ সেইবাৰ মাটি লৈ অহাৰ পিছত যেতিয়া গাওঁৰ মানুহে জলহু আৰু বদৰুৰ পৰা এই কথা গম পালে তেতিয়া সকলোৰে মানুহ বাঘ চাবলৈ ইচ্ছা হ’ল৷ ঘৈনিয়েক বতাহীয়েও সেই একেই ইচ্ছা ব্যক্ত কৰিলে৷ আতহুই তেতিয়া কাৰনো বাঘ হ’বলৈ ইচ্ছা আছে শুধিলে৷ কোনেও কিন্তু বাঘ হ’বলৈ আগবাঢ়ি নাহিল৷ অবশেষত নিজেই বাঘ হ’ব বুলি ঠিক কৰিলে আৰু দুটি মাটিৰ পাত্ৰত পানীলৈ মন্ত্ৰপুত কৰিলে আৰু ঘৈনিয়েকক কলে- “বাওঁফালৰ পাত্ৰটোৰ পানী মোৰ গাত ছতিয়াই দিলে মই বাঘ হ’ম আৰু সোঁ ফালৰ পাত্ৰটিৰ পানী ছটিয়াই দিলে মই পুনৰ মানুহ হ’ম৷” আতহু বাঘ হোৱাৰ বাবে সাজু হ’ল৷ সম্মুখত এটি হাঁহ বান্ধি থলে৷ মন্ত্ৰপুত পানী হাতত লৈ বতাহীয়ে ভয়ে ভয়ে আতহুৰ গাত ছতিয়াই দিলে৷ মুহূৰ্ততে তাৰ চৰিত্ৰৰ আমোল পৰিবৰ্তন হ’ল৷ তাৰ দৃষ্টিত হিংস্ৰ ভাব ফুলি উঠিল-সি বাঘৰ দৰে গুজুৰিবলৈ ধৰিলে আৰু এক জাঁপ মাৰি সম্মুখত থকা হাঁহটো থাপ মাৰি ধৰি দাঁতেৰে কামুৰি ডিঙ চিঙি পেলালে আৰু তেজ পিবলৈ ধৰিলে৷ তাৰ মূৰ্তি দেখি বতাহীৰ চুৰ্তি হেৰাল৷ তাই পানীৰ পাত্ৰসহ কঁপি কঁপি আন মানুহৰ ওচৰলৈ দৌৰ মাৰিলে৷ দৌৰ মাৰতে বতাহীৰ হাতৰ পৰা মন্ত্ৰপুত পানীৰ পাত্ৰ ভাগি পানীখিনি মাটিত পৰি গ’ল৷ আতহুক পুনৰ মানুহ কৰাৰ উপায় চিৰদিনৰ কাৰণে নাইকিয়া হ’ল৷ মানুহ বিলাকে বিপদ বুজি পাই চিঞয়ৰ বাখৰ লগাই দিলে৷ বাঘটোৱে ভয় পাই ওচৰৰ জোপোহাত আশ্ৰয় ললে৷ মানুহবোৰে সাধুবাবাৰ সন্ধানত জলহু আৰু বদৰুক পঠালে৷ পাচঁ দিন পিছত সাধুবাবাক লগ নাপাই ব্যৰ্থ মনোৰথ লৈ সিহঁত উভতি আহিল৷ ওচৰে পাজৰে থকা বেজবোৰেও নিজৰ অপাৰগতা প্ৰকাশ কৰিলে৷ বাঘটোৱে হাঁহ, ছাগলি, গৰু আক্ৰমন কৰিবলৈ ধৰিলে৷ তাক পুনৰ মানুহ কৰাৰ আন একো উপাই নেদেখি ৰাইজে মেলপাতি তাক মাৰি পেলোৱাৰ সিদ্ধান্ত ললে৷ সেইমতে এদিন গাওঁৰ সকলো মানুহে ডাং-টাঙোন লৈ ওলাই আহিল আৰু তাক আগুৰি ধৰি মাৰি পেলালে৷ দূৰ-দূৰণিলৈকে বাঘটো মৰাৰ খবৰ বিয়পি পৰিল৷ বহুতে বাঘমাৰা চাবলৈ আহিলে৷ ইয়াৰ পিছত যিকোনো মানুহে ইয়ালৈ আহিলে বাঘমাৰালৈ অহাবুলি কবলৈ ললে৷ এনেদৰে এই ঠাইখনৰ নাম বাঘমাৰা বুলি প্ৰখ্যাত হৈ পৰিলে৷
