সদস্য বাৰ্তা:Human Anubhav
বিষয় যোগ কৰক|
|
নমস্কাৰ, Human Anubhav
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
|
— AdoroniBot (বাৰ্তা) 07:06, 25 April 2025 (ইউ.টি.চি.)
প্ৰতিভাবান ন-সম্পাদকৰ পদক
[সম্পাদনা কৰক]| প্ৰতিভাবান ন-সম্পাদকৰ পদক সঠিক পথত এজন নতুন সম্পাদক | ||
| অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত লেখকৰূপে আগবঢ়োৱা অমূল্য বৰঙণিৰ বাবে আপোনালৈ এই পদক আগবঢ়ালোঁ। আশা কৰোঁ, একেই উৎসাহেৰে আপুনি ভৱিষ্যতেও ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিব। -Nayan j Nath (বাৰ্তা) 16:25, 28 June 2025 (ইউ.টি.চি.) |
অনূদিত পৃষ্ঠাত সমল বৃদ্ধিৰ লক্ষ্য
[সম্পাদনা কৰক]সন্মানীয় সম্পাদক, অসমীয়া ৱিকিপিডিয়াত সম্প্ৰতি আপুনি যথেষ্টখিনি সম্পাদনাৰে ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ যত্ন কৰি আছে। ই আমাৰ বাবেও প্ৰেৰণাদায়ক। মহাশয়, এটা কথা লক্ষ্য কৰিছোঁ, ইংৰাজী পৃষ্ঠাত যথেষ্ট সমল থকা স্বত্বেও সমলসমূহ অসমীয়ালৈ অনুবাদ শেষ নকৰি একেলগে কেইবাটিও পৃষ্ঠা সৃষ্টি কৰি আছে। এনেদৰে অলপ অলপকৈ অনুবাদ কৰি গ’লে পিছৰ সম্পাদকজনেও অসুবিধাৰ সম্মুখীন হয় আৰু তাৰ ফলত একোটা পৃষ্ঠা সমৃদ্ধশালী হোৱাৰ পৰা আঁতৰত থাকে। এগৰাকী সাধাৰণ স্বেচ্ছাসেৱক হিচাপে অনুৰোধ, পৃষ্ঠাবোৰ সম্পূৰ্ণকৈ অনুবাদ কৰিবলৈ চেষ্টা কৰিব; নোৱাৰিলে অন্ততঃ এফালৰ পৰাই কৰি এৰি দিব। আশাকৰোঁ, ভুল নুবুজে।-Pranamikaadhikary (বাৰ্তা) 07:05, 22 July 2025 (ইউ.টি.চি.)
