সমললৈ যাওক

সদস্য বাৰ্তা:Jeetu~aswiki

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা


অসমীয়া ৱিকিপিডিয়ালৈ স্বাগতম

অসমীয়া ৱিকিপিডিয়াত যোগদানৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় ইয়াৰ লগত জড়িত হৈ থাকিব আৰু আপোনাৰো অৱদানেৰে ইয়াৰ সৌষ্ঠৱ বঢ়োৱাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব।

ৱিকিপিডিয়াত বিভিন্ন বিষয়ত লিখাৰ বাহিৰেও কৰিবলগীয়া কাম অনেক আছে। বেছি সময় দিব নোৱাৰিলেও ভুল বানান শুদ্ধ কৰা, দুই এটা শব্দ ইফাল সিফাল কৰি সংশ্লীষ্ট প্ৰৱন্ধটোত প্ৰসংগ সংগতি ৰাখি সাৱলীল কৰা ইত্যাদি অনেক সৰুসুৰা কামবোৰৰো গুৰুত্ব আছে।

অসমীয়া ৱিকিপিডিয়াত নিয়মীয়া লিখকৰ সংখ্যা তেনেই কম। সেয়ে কামৰ গতি লেহেমীয়া হ'লেও আমি নিজৰ মাজত ফোন, ই-মেইল, ফেচবুক আদিৰ জৰিয়তে সততে সম্পৰ্ক ৰাখোঁ। ইয়াৰে ভিতৰত ফেচবুক গ্ৰুপটো উল্লেখযোগ্য। আপুনি তাতো যোগদান কৰিলে আমাৰো ভাল লাগিব আৰু আপুনিও ৱিকিপিডিয়াৰ কাম কৰোঁতে সহায় আৰু উৎসাহ পাব।

সহায়ৰ বাবে তলত দিয়া লিংক কেইটাও চাব পাৰে।

ফেচবুকৰ অসমীয়া ৱিকিপিডিয়া সমাজ নামৰ গ্ৰুপটোতো সুধিব পাৰে। বেছিভাগ ন সদস্যই ইয়াকে কৰে।

ৱিকিপিডিয়াত লিখিবলৈ সহায়


ৱিকিপিডিয়াৰ সম্পাদনাৰ নিয়ম নীতি

প্রভাকৰ শৰ্মা নেওগ (talk) 12:35, 25 নৱেম্বৰ 2013 (UTC)

Your account will be renamed

18:58, 17 মাৰ্চ 2015 (UTC)

Renamed

02:20, 19 এপ্ৰিল 2015 (UTC)