সমললৈ যাওক

সদস্য বাৰ্তা:Kamrupi boy

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

AdoroniBot (বাৰ্তা) 10:31, 25 July 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

ড°বি.আৰ.আম্বেদ কাৰকলৈ ভুৱা প্ৰচাৰ

[সম্পাদনা কৰক]

একংশই প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে যে ড° বি.আৰ. আম্বেদ কাৰে কৈছিল "যেতিয়াই এগৰাকী আদাবাসী মহিলা ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'ব!তেতিয়াই সংবিধানৰ পৰা সংৰক্ষণ ব্যৱস্থা টো উঠাই দিব লাগে। নিৰ্দেশাত্মক নীতিৰ 46 নং অনুচ্ছেদত উল্লেখ আছে পিছপৰা লোকসকলৰ আৰ্থিক, আৰু শিক্ষাৰ দিশত গুৰুত্ব দিয়া।

পিছপৰা লোক সকলৰ মাজত এগৰাকী ব্যক্তি ৰাষ্ট্ৰপতি হ'লেই সকলো পিছপৰা লোকৰ কল্যান সাধন নহয়।গতিকে সংবিধানৰ 46 নং অনুচ্ছেদৰ লগত এইটো ভুৱা প্ৰচাৰৰ কোনো যুক্তি নাই। Kamrupi boy (বাৰ্তা) 10:41, 25 July 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

হয় Kamrupi boy (বাৰ্তা) 10:49, 25 July 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক