সদস্য বাৰ্তা:Karika Suman
বিষয় যোগ কৰক|
|
নমস্কাৰ, Karika Suman
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
|
মেণ্টৰিং
[সম্পাদনা কৰক]ৱিকিপিডিয়াৰ তৰফৰ পৰা স্বয়ংক্ৰিয়ভাৱে মোক আপোনাৰ Mentor হিচাপে বাছনি কৰা হৈছে। গতিকে কিবা প্ৰশ্ন থাকিলে মোৰ আলোচনা পৃষ্ঠাত লিখিব পাৰে বাব মোলৈ ই-মেইল কৰিব পাৰে। ধন্যবাদেৰে — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 08:30, 13 October 2025 (ইউ.টি.চি.)

