সদস্য বাৰ্তা:Kashyap2023
বিষয় যোগ কৰক|
|
নমস্কাৰ, Kashyap2023
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
|
তথ্যসূত্ৰ সংযোগ
[সম্পাদনা কৰক]নমস্কাৰ Kashyap2023, অসমীয়া ৱিকিপিডিয়াত শেহতীয়াকৈ আপুনি সৃষ্টি কৰা পল্লৱ ৰাজবংশ, পাল সাম্ৰাজ্য আৰ সাতবাহন ৰাজবংশ প্ৰবন্ধকেইটাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। অনুগ্ৰহ কৰি মন কৰিব যে ৱিকিপিডিয়াত তথ্যসূত্ৰ সংযোগ অৰ্থাৎ ক'ৰপৰা তথ্যখিনি সংগ্ৰহ কৰা হৈছে সেই কথা লিখি থোৱাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হয়। তথ্যসূত্ৰ প্ৰবন্ধ এটাত কিদৰে যোগ কৰিব পাৰি সেই বিষয়ে জানিবলৈ আপুনি এই ভিডিঅ'টো চাব পাৰে। সহায়ৰ প্ৰয়োজন হ'লে মোক chandan.official7@gmail.com ঠিকনাত মেইল কৰিব পাৰে। শুভেচ্ছা জনালোঁ।চন্দন চিৰিং ফুকন ||✉️ 18:08, 5 May 2023 (ইউ.টি.চি.)
কৃতজ্ঞতা আৰু অভিনন্দন
[সম্পাদনা কৰক]| কৃতজ্ঞতা আৰু অভিনন্দন | ||
|
“এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালি চাহী ইটে সিটে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ” প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে পৃথিৱীৰ বিভিন্ন ভাষাৰ লগতে অসমীয়া ভাষাইও স্থানীয়ভাৱে নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪ আয়োজন কৰিছিল৷ আপোনাক জনাবলৈ পাই আমি সুখী হৈছোঁ যে, সম্পাদনা-মেলাখনত অসমীয়া ৱিকিপিডিয়াৰ ১৩ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰি ৫৪৬টা ভিন্ন বৈশিষ্ট্যৰ প্ৰবন্ধ সংযোজন কৰে৷ এইসমূহ প্ৰবন্ধই ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথাৰ সমল বৃদ্ধি কৰাৰ লগতে ইণ্টাৰনেটত অসমীয়া ভাষাৰ স্থিতিও সন্দেহাতীতভাৱে শক্তিশালী কৰিব৷ ইয়াৰ আঁৰতেই আছে আপোনালোকৰ দৰে নিষ্ঠাৱান স্বেচ্ছাসেৱকৰ নিৰৱচ্ছিন্ন অংশগ্ৰহণ আৰু সক্ৰিয় বৰঙণি৷ প্ৰিয় সুহৃদ, সম্পাদনা-মেলাত অংশ লৈ প্ৰতিযোগিতাখনৰ সৌষ্ঠৱ বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি সদায়েই কৃতজ্ঞ হৈ ৰ'ব৷ পৰৱৰ্তী সময়তো আপোনাৰ সক্ৰিয়তা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ৷ অভিনন্দন!! -অসমীয়া ৱিকিমিডিয়া সমাজ |
কৃতজ্ঞতা আৰু অভিনন্দন
[সম্পাদনা কৰক]| কৃতজ্ঞতা আৰু অভিনন্দন | ||
|
“এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালি চাহী ইটে সিটে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ” প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে পৃথিৱীৰ বিভিন্ন ভাষাৰ লগতে অসমীয়া ভাষাইও স্থানীয়ভাৱে নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৫ আয়োজন কৰিছিল৷ আপোনাক জনাবলৈ পাই আমি সুখী হৈছোঁ যে, সম্পাদনা-মেলাখনৰ স্থানীয় সংস্কৰণৰ আপুনি এগৰাকী বিজেতা। অনুগ্ৰহকৰি সংলগ্ন গুগল ফৰ্মখন পুৰাই অতিশীঘ্ৰে জমা কৰক। প্ৰিয় সুহৃদ, সম্পাদনা-মেলাত অংশ লৈ প্ৰতিযোগিতাখনৰ সৌষ্ঠৱ বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি সদায়েই কৃতজ্ঞ হৈ ৰ'ব৷ পৰৱৰ্তী সময়তো আপোনাৰ সক্ৰিয়তা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ৷ অভিনন্দন!! -অসমীয়া ৱিকিমিডিয়া সমাজ |
Last Few Days: WikiConference India 2026 Scholarship Applications[সম্পাদনা কৰক]অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক Dear Wikimedian, We're happy to share that scholarship applications for WikiConference India 2026 are currently open and the deadline is just around the corner. WikiConference India 2026 is the fourth edition of the national-level conference that brings together Wikimedians and stakeholders engaged in Indic-language Wikimedia projects and the broader open knowledge movement across India and South Asia. The conference will take place in Kochi, Kerala, from 4–6 September 2026.
With only a few days left, we warmly encourage you to apply if you haven’t already and kindly request you to share this with your community and encourage others to apply. For more information and regular updates, we encourage you to visit the conference Meta page. Warm regards,
This message was sent with MediaWiki message delivery (বাৰ্তা) on 18:30, 11 April 2026 (ইউ.টি.চি.) |
