সদস্য বাৰ্তা:Padma kumari gogoi

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিষ্ণু শইকীয়া 13:10, 1 জানুৱাৰী 2013 (UTC)

ধন্যবাদ[সম্পাদনা কৰক]

আপুনি লিখা কথাখিনি পঢ়ি উত্‍সাহিত হ’লো| অশেষ ধন্যবাদ| আপুনি লিখাৰ দৰে কেৱল মই অকলশৰীয়া নহয়, লগত আৰু কেইজনমান মুষ্টিমেয় কৰ্মী আছে... ইচ্ছা কৰিলে আপুনিও আমাৰ মাজৰ এজন হ’ব পাৰে| কিবা অসুবিধা পালে জনাব| সহায় কৰিবলৈ ভাল পাম| ধন্যবাদ| বিষ্ণু শইকীয়া 13:09, 2 জানুৱাৰী 2013 (UTC)