সমললৈ যাওক

সদস্য বাৰ্তা:Sahachar

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:54, 2 এপ্ৰিল 2012 (UTC)

সাম্প্ৰিতক তৰুণ কবিসকলৰ ভিতৰত মৃদুল কুমাৰ সন্দিকৈও অনতম। তেওঁৰ প্ৰেম, বিষাদ আৰু জীৱনৰ সংমিশ্ৰণত বাস্তৱৰ ছাঁ পোহৰ পৰে। সন্দিকৈৰ উল্লেখযোগ কবিতাবোৰৰ ভিতৰত দালাই লামা, জীৱন আদি। কবিতা সংকলনসমূহ ১. কৃষ্ণচূড়া নুফুলে আৰু ২. স্পৰ্শ ৩. বলুকাত বিয়লি বেলা কবিতাৰ লগেত সন্দিকৈ এজন তৰুণ শক্তিশালী প্ৰৱন্ধ লেখক। অসমীয়া কবিতাৰ ওপৰত লেখা তেওঁৰ বহুপঠিত উপন॥স স্বপ্ন প্ৰেমৰ প্ৰাৰ্থনা। সন্দিকৈয়ে লেখা হোমেন বৰগোঁহাই বিতৰ্ক আৰু সাহিত॥ অসমীয়া ভাষাৰ চৰ্চিত গ্ৰন্থ। তেওঁৰ আন গ্ৰন্থসমূহ হল ১. ভিন্ন পাঠ ২. আন্না হাজাৰেৰ কাষত ইমান মানুহ কিয় ৩. কাউৰি