সমললৈ যাওক

সদস্য বাৰ্তা:Tirtha Babu

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 7 বছৰৰ পূৰ্বে by দিব্য দত্ত in topic নতুন প্ৰবন্ধ

নতুন প্ৰবন্ধ

[সম্পাদনা কৰক]

ৱিকিপিডিয়াত নতুন প্ৰবন্ধ লিখাৰ আগতে সেই প্ৰবন্ধটো ৱিকিপিডিয়াত আগৰে পৰা আছে নে নাই চাই লওক। তাৰ বাবে আপুনি লিখিবলৈ লোৱা পৃষ্ঠাটোৰ নাম "Search Box"ত লিখি "Search" কৰক। যদি নাই তেতিয়া নামটো ৰঙা ৰঙেৰে প্ৰদৰ্শিত হ'ব। সেই ৰঙা আখৰ কেইটাত ক্লিক কৰি প্ৰবন্ধটো লিখিব পাৰিব। কিন্তু এলাইন বা দুলাইনৰ প্ৰবন্ধ নিলিখিব, কমেও দহ, বাৰ লাইন মান লিখিব, নহ'লে প্ৰবন্ধটো ডিলিট কৰি দিয়া হ'ব। প্ৰবন্ধৰ নাম আৰু মূল প্ৰবন্ধত ইংৰাজী আখৰ ব্যৱহাৰ নকৰিব। ধন্যবাদ... দিব্য দত্ত (বাৰ্তা) 13:03, 5 July 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক