সমললৈ যাওক

সদস্য বাৰ্তা:UB Utpal

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 3 বছৰৰ পূৰ্বে by UB Utpal in topic ধন্যবাদ

AdoroniBot (বাৰ্তা) 00:57, 27 August 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ

[সম্পাদনা কৰক]

নমস্কাৰ UB Utpal। অসমত দেখা পোৱা চৰাইবোৰৰ বিষয়ে আপুনি কৰা সম্পাদনাসমূহ দেখা পাই আনন্দিত হৈছোঁ। আগলৈকো আপোনাৰ সহযোগিতা আশা কৰিলোঁ। অসমীয়া ৱিকিপিডিয়া পৰিয়ালৰ হৈ -Chandan Chiring Phukon Chat 15:45, 6 September 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ 🙏 মই যিমানদূৰ পাৰোঁ চেষ্টা কৰিম । ইংৰাজী নামৰ লগত অসমীয়া নাম আৰু একপি আলোকচিত্ৰ সংযোগ কৰিলে ৰাইজে চৰাই বিলাক সহজে চিনিব । মই বিচাৰি বিচাৰি বহুতৰ পৰা মতামত লৈ অসমীয়া নাম সমূহ সংযোগ কৰিছো । কিবা ভূল হলে মোক জনাব । UB Utpal (বাৰ্তা) 12:57, 7 September 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক