সন্দিকৈ ছোৱালী মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সন্ধিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
সন্ধিকৈ ছোৱালী মহাবিদ্যালয়
স্থাপিত ১৯৩৯
ধৰণ ৰাজহুৱা
অধ্যক্ষ ইন্দিৰা বৰদলৈ
স্থান গুৱাহাটী, অসম,, ভাৰত
ৱেবছাইট handiquegirlscollege.org.in

সন্ধিকৈ ছোৱালী মহাবিদ্যালয় হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন মহাবিদ্যালয়]][1]। এইখন অসম তথা গুৱাহাটীৰ পুৰণি মহাবিদ্যালয়বিলাকৰ ভিতৰত এখন, য'ত বিজ্ঞান আৰু কলা বিষয়ৰ সুবিধা আছে ।

ইতিহাস[সম্পাদনা কৰক]

সন্ধিকৈ ছোৱালী মহাবিদ্যালয় স্থাপিত কৰা হৈছিল ১৯৩৯ চনত গুৱাহটী ছোৱালী মহাবিদ্যালয় নামেৰে। ৰাজাবালা দাস মহাবিদ্যালয়খনৰ প্ৰথম অধ্যক্ষা আছিল। মহাবিদ্যালয়খন এতিয়া গুৱাহটী মহানগৰৰ পানবজাৰ এলেকাত অৱস্থিত। ১৯৪০ চনত মহাবিদ্যালয়খনৰ নাম সন্ধিকৈ ছোৱালী মহাবিদ্যালয় নামলৈ সলনি কৰা হয় আৰু কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ হয়। গুৱাহটী বিশ্ববিদ্যালয় স্থাপন হোৱাৰ পিছত মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ কৰা হয়।

অধ্যক্ষৰ তালিকা[সম্পাদনা কৰক]

১৯০১ চনৰপৰা ২০১৪ চনলৈকে মুঠ ১১ জন অধ্যক্ষই কাৰ্য্যভাৰ গ্ৰহণ কৰিছে

  1. ৰাজাবালা দাস (১৯৩৯-১৯৬৫)
  2. শৰৎ চন্দ্ৰ গোস্বামী (১৯৬৫-১৯৭৪)
  3. অমেদা ৰচুল (১৯৭৪-১৯৮৪)
  4. ৰত্ন কন্ত বৰুৱা (১৯৮৪-১৯৯২)
  5. প্ৰীতি বৰুৱা (১৯৯২-১৯৯৩)
  6. সৰজু দাস (১৯৯৩-১৯৯৪)
  7. গগণ চন্দ্ৰ বৰুৱা (১৯৯৪-২০০০)
  8. স্নেহা বেগম (২০০০-২০০২)
  9. মৃদুলা মজুমদাৰ (২০০২-২০০৪)
  10. গীতা বৰুৱা (২০০৪)
  11. ইন্দিৰা বৰদলৈ (২০০৪-বৰ্তমানলৈ)

বিভিন্ন বিভাগ[সম্পাদনা কৰক]

  1. অসমীয়া বিভাগ
  2. অৰ্থনীতি বিভাগ
  3. শিক্ষাতত্ত্ব বিভাগ
  4. ইংৰাজী বিভাগ
  5. বুৰঞ্জী বিভাগ
  6. ৰাজনীতি-বিজ্ঞান বিভাগ
  7. সমাজতত্ত্ব বিভাগ
  8. মনোবিজ্ঞান বিভাগ
  9. সংস্কৃত বিভাগ
  10. ৰসায়ন-বিজ্ঞান বিভাগ
  11. জীৱ-বিজ্ঞান বিভাগ
  12. গণিত বিভাগ
  13. ৰসায়ন-বিজ্ঞান বিভাগ
  14. জীৱ-বিজ্ঞান বিভাগ
  15. গণিত বিভাগ
  16. কম্পিউটাৰ বিজ্ঞান বিভাগ
  17. হিন্দী বিভাগ
  18. ভেষজ বিজ্ঞান বিভাগ


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Nearly 3000 apply in Handique Girls College". Times of India. 14 June 2012. http://articles.timesofindia.indiatimes.com/2012-06-14/guwahati/32234370_1_admission-procedure-cotton-college-majors। আহৰণ কৰা হৈছে: 4 August 2012. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]