সন্ধ্যাৰাণী
| সন্ধ্যাৰাণী | |
|---|---|
| জন্ম | আগষ্ট ১৯২২[1] কলকাতা |
| মৃত্যু | ১৯ জুলাই, ১৯৯৯ (৭৭ বছৰ)[2] |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | অভিনেত্ৰী |
| সন্তান | ১[3] |
সন্ধ্যাৰাণী চেটাৰ্জী (সন্ধ্যাৰাণী নামেৰে বহুলভাৱে পৰিচিত; ইংৰাজী: Sandhyarani ) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি বাংলা চলচ্চিত্ৰৰ কামৰ বাবে পৰিচিত।[4] ১৯৪০ আৰু ১৯৫০ দশকৰ ভিতৰত বাংলা চলচ্চিত্ৰত ৰাজত্ব কৰা এগৰাকী অভিনেত্ৰী আছিল।[5] তেওঁ ২৫০ খনতকৈও অধিক বাংলা ছবিত অভিনয় কৰিছে।[6] সৰ্বজনীন বিবাহোৎসৱ (২৬ এপ্ৰিল ১৯৩৮) ছবিৰ যোগে তেওঁ ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰে।[7] অজয় কৰৰ বৰদিদিত (১৯৫৭) তেওঁ উত্তম কুমাৰৰ বিপৰীতে অভিনয় কৰিছিল।[8] পিছলৈ সহযোগী চৰিত্ৰত অভিনয় কৰাৰ পিছতো তেওঁৰ জনপ্ৰিয়তা অক্ষত আছিল।[9]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৪৮ চনত সন্ধ্যাৰাণীয়ে শৰৎ চন্দ্ৰ চেটাৰ্জীৰ একে নামৰ বহু বিখ্যাত উপন্যাসৰ আধাৰত নিৰ্মিত অৰক্ষণীয় ছবিত জ্ঞানদাৰ চৰিত্ৰত অভিনয় কৰে।[10] অজয় ভট্টাচাৰ্যই উপেন্দ্ৰনাথ গংগোপাধ্যায়ৰ একে নামৰ কাহিনীৰ আধাৰত নিৰ্মিত তেওঁৰ বাংলা কমেডী ছবি ছদ্মবেশীত (১৯৪৪) তেওঁক কাষ্ট কৰে।[11] সুচিত্ৰা সেনে সূৰ্য্যমুখীত মূল চৰিত্ৰত নিজে অভিনয় কৰাৰ সলনি সন্ধ্যাৰাণীক চৰিত্ৰটো কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল।[12]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Roy Chowdhury, Moumita (2004) (Bn ভাষাত). ৰূপোলি পৰ্দাৰ অন্তৰালে. Biva Publication. ISBN 9789390890989.
- ↑ "MAMATA NOMINEE LIST TAKES SHAPE" (en ভাষাত). The Telegraph (India). https://www.telegraphindia.com/india/mamata-nominee-list-takes-shape/cid/917925। আহৰণ কৰা হৈছে: 1 June 2023.
- ↑ "Mystery over help’s death at late actor’s house". The Times of India. 15 November 2018. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/kolkata/mystery-over-helps-death-at-late-actors-house/articleshow/66630002.cms?from=mdr.
- ↑ সংবাদদাতা, নিজস্ব. "ফাৰ্ন ৰোডে পৰিচাৰিকাৰ অগ্নিদগ্ধ দেহ উদ্ধাৰ" (bn ভাষাত). anandabazar.com. https://www.anandabazar.com/west-bengal/kolkata/burnt-body-of-maid-found-in-kolkata-house-dgtl-1.897855। আহৰণ কৰা হৈছে: 27 May 2023.
- ↑ Bangla, Jago (8 October 2022). "বাংলা ছবিৰ লক্ষ্মীৰা" (en-US ভাষাত). JagoBangla. https://jagobangla.in/the-lakshmi-of-bengali-film-industry/। আহৰণ কৰা হৈছে: 27 May 2023.
- ↑ "অগ্নিদগ্ধ মৃত্যু ঘিৰে স্মৃতিতে সন্ধ্যাৰানি" (bn ভাষাত). Eisamay. https://eisamay.com/west-bengal-news/kolkata-news/kolkata-gariahat-burn-case/articleshow/66625281.cms। আহৰণ কৰা হৈছে: 27 May 2023.
- ↑ "সন্ধ্যাৰানী". banglacinema100.com. https://banglacinema100.com/profile-details/WnpNM1FsaFFOM1ZITm5SRVJHVnNWR2hRTjNScmR6MDk=। আহৰণ কৰা হৈছে: 27 May 2023.
- ↑ "Birth Anniversary Special: Uttam Kumar's magical combination with the path-breaker in Bengali cine classics Ajoy Kar". The Times of India. 3 September 2020. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/birth-anniversary-special-uttam-kumars-magical-combination-with-the-path-breaker-in-bengali-cine-classics-ajoy-kar/articleshow/77871857.cms?from=mdr.
- ↑ "Sreelekha: মা লক্ষ্মী সেজে সোশাল মিডিয়ায় অবতীৰ্ণ শ্ৰীলেখা মিত্ৰ, দেখেছেন তাঁৰ নয়া অবতাৰ?" (English ভাষাত). calcuttanews.tv. https://calcuttanews.tv//entertainment/Sreelekha-Mitra-made-herself-up-as-Ma-Laxmi-and-shared-her-post-in-Social-Media। আহৰণ কৰা হৈছে: 27 May 2023.
- ↑ "1948 - arakshaniya.pdf". Google. https://docs.google.com/viewerng/viewer?url=https://banglacinema100.com/uploads/individualmovie/515/pdf/1948+-+arakshaniya.pdf?v%3D2। আহৰণ কৰা হৈছে: 2 June 2023.
- ↑ "1944 - Chadmabeshi.pdf". Google. https://docs.google.com/viewerng/viewer?url=https://banglacinema100.com/uploads/individualMovie/451/pdf/1944+-+Chadmabeshi.pdf?v=2। আহৰণ কৰা হৈছে: 8 June 2023.
- ↑ বন্দ্যোপাধ্যায়, শুভদীপ. "অভিনেতাৰ আড়ালে পৰিচালক বিকাশ ৰায়" (en-US ভাষাত). https://banglalive.com/film-director-bikash-roy/। আহৰণ কৰা হৈছে: 20 June 2023.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]সন্ধ্যাৰাণী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।