সমীৰণ বৰদলৈ
অৱয়ব
| সমীৰণ বৰদলৈ | |
|---|---|
| জন্ম | সমীৰণ বৰদলৈ ২২ ফেব্ৰুৱাৰী, ১৯৫৮ যোৰহাট, অসম |
| মৃত্যু | ২০২১ যোৰহাট, অসম |
| পেচা | সমাজ সেৱক |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| শিক্ষা | স্নাতক |
| মাতৃশিক্ষায়তন | জগন্নাথ বৰুৱা মহাবিদ্যালয় |
| বিষয় | অসম আন্দোলনৰ নেতা |
সমীৰণ বৰদলৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ সদস্য, অসম পেৰা অলিম্পিক সন্থাৰ সভাপতি, অসম সাঁতোৰ সন্থাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ কৰ্ণধাৰ সদস্য তথা প্ৰাক্তন ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদককে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।[1]
সমিৰণ বৰদলৈৰ জন্ম হৈছিল ১৯৫৮ চনৰ ২২ ফেব্ৰুৱাৰীত। তেখেতে যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা পৰিসংখ্যা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক, ছাত্ৰনেতা সমীৰণ বৰদলৈৰ পৰলোকপ্ৰাপ্তি". https://assam.nenow.in/asam-sahitya-sabha-ex-general-secy-incharge-former-students-leader-samiran-bordoloi-no-more/। আহৰণ কৰা হৈছে: 31 December 2021.
- ↑ "অসম আন্দোলনৰ নেতা সমীৰণ বৰদলৈৰ অকাল বিয়োগ". https://niyomiyabarta.com/amp/regional/aasam-movement-leader-samiran-bordoli-dead/। আহৰণ কৰা হৈছে: 31 December 2021.