সম্ভাৱী চৌধুৰী
সম্ভাৱী চৌধুৰী | |
---|---|
লোকসভাৰ সাংসদ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৪ জুন ২০২৪ | |
পূৰ্বসূৰী | প্ৰিন্স ৰাজ |
সমষ্টি | সমস্তীপুৰ |
ব্যক্তিগত তথ্য | |
জন্ম | ১৫ জুন, ১৯৯৮ (২৬ বছৰ) |
ৰাজনৈতিক দল | লোক জনশক্তি পাৰ্টী |
দাম্পত্যসঙ্গী | সয়ম কুনাল |
সমন্ধ | কিশোৰ কুনা (শহুৰেক) |
পিতৃ | অশোক চৌধুৰী |
সম্ভাৱী চৌধুৰী (ইংৰাজী: Shambhavi Choudhary ; জন্ম: ১৫ জুন ১৯৯৮) লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ বিহাৰত সমস্তীপুৰ (লোকসভা সমষ্টি)ক প্ৰতিনিধিত্ব কৰা সংসদ সদস্য। তেওঁ ১৮ নং লোকসভাৰ অন্যতম কনিষ্ঠ সাংসদ।[1][2]
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]সম্ভাৱী বিহাৰ চৰকাৰৰ নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰৰ অট্টালিকা নিৰ্মাণ বিভাগৰ কেবিনেট মন্ত্ৰী অশোক চৌধুৰীৰ কন্যা। ২০১৯ চনত লেডী শ্ৰী ৰাম কলেজৰ পৰা সমাজবিজ্ঞানত স্নাতক তেওঁ ডিগ্ৰী লাভ কৰে আৰু পিছলৈ ২০২২ চনত দিল্লী স্কুল অৱ ইকনমিক্সৰ পৰা সমাজবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]সম্ভাৱীয়ে ২০২২ চনত আচাৰ্য কিশোৰ কুনালৰ পুত্ৰ সয়ন কুনালৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[4][5]
ৰাজনৈতিক কৰ্মজীৱন
[সম্পাদনা কৰক]সম্ভাৱী সমস্তীপুৰ লোকসভা সমষ্টিৰ পৰা সংসদ সদস্য হিচাপে নিৰ্বাচিত হৈছে।[6]ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছানী হাজাৰীক ১৮৭২৫১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।[7][8]
সামাজিক কাম-কাজ
[সম্পাদনা কৰক]চৌধুৰীয়ে পাটনাৰ মহিলা শিক্ষাক সক্ৰিয়ভাৱে সহায় কৰা বিদ্যালয় জ্ঞান নিকেতন বিদ্যালয়ৰ তদাৰক কৰে।[9]
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Breaking News of Shambhavi Choudhary". https://www.prabhatkhabar.com/topic/shambhavi-choudhary.
- ↑ Ramashankar (2024-06-04). "NDA's Shambhavi Choudhary set to make history by becoming country's youngest MP from Bihar" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/nation/2024/Jun/04/ndas-shambhavi-choudhary-set-to-make-history-by-becoming-countrys-youngest-mp-from-bihar। আহৰণ কৰা হৈছে: 2024-06-05.
- ↑ "Results 2024: Who is Shambhavi Choudhary, India's youngest MP?". Hindustan Times. https://www.hindustantimes.com/india-news/results-2024-who-is-shambhavi-choudhary-indias-youngest-mp-101717560072900.html। আহৰণ কৰা হৈছে: 5 June 2024.
- ↑ "Shambhavi-Sayan Love Story : दलित की बेटी और सवर्ण का बेटा, सगाई में पहुंचे सीएम नीतीश, अशोक चौधरी और किशोर कुणाल बने समधी" (hi ভাষাত). Navbharat Times. https://navbharattimes.indiatimes.com/state/bihar/patna/bihar-breaking-caste-distinction-ashok-choudhary-and-kishore-kunal-became-relatives-shambhavi-sayan-love-story-will-change-in-relationship/articleshow/89665262.cms। আহৰণ কৰা হৈছে: 2024-06-08.
- ↑ "Shambhavi Choudhary: One Of The Youngest Candidates Who One Lok Sabha Polls". NDTV.com. https://www.ndtv.com/india-news/shambhavi-choudhary-one-of-the-youngest-candidates-who-one-lok-sabha-polls-5822631। আহৰণ কৰা হৈছে: 2024-06-08.
- ↑ "Samastipur Election Result 2024 LIVE Updates Highlights: Lok Sabha Winner, Loser, Leading, Trailing, MP, Margin" (en ভাষাত). News18. 2024-06-04. https://www.news18.com/elections/samastipur-election-result-2024-live-updates-highlights-lok-sabha-winner-loser-leading-trailing-mp-margin-8918435.html। আহৰণ কৰা হৈছে: 2024-06-05.
- ↑ "Samastipur, Bihar Lok Sabha Election Results 2024 Highlights: Shambhavi Secures the Seat by 187251 Votes" (en ভাষাত). India Today. 2024-06-04. https://www.indiatoday.in/elections/lok-sabha/story/samastipur-bihar-lok-sabha-election-results-2024-live-updates-clse-2547654-2024-06-04। আহৰণ কৰা হৈছে: 2024-06-05.
- ↑ "Samastipur Election Result 2024 Live Updates: LJPRV's Shambhavi Has Won This Lok Sabha Seat" (en ভাষাত). TheQuint. 2024-06-04. https://www.thequint.com/news/samastipur-election-result-2024-live-updates-counting-of-votes-bihar-lok-sabha-seat-latest-news। আহৰণ কৰা হৈছে: 2024-06-05.
- ↑ "Shambhavi Choudhary: One Of The Youngest Candidates Who One Lok Sabha Polls" (en ভাষাত). NDTV. 2024-06-15. https://www.ndtv.com/india-news/shambhavi-choudhary-one-of-the-youngest-candidates-who-one-lok-sabha-polls-5822631। আহৰণ কৰা হৈছে: 2024-06-15.