সমৰেশ বসু
সমৰেশ বসু | |
---|---|
![]() | |
জন্ম | ১১ ডিচেম্বৰ, ১৯২৪ বিক্ৰমপুৰ, বেঙ্গল প্ৰেছিডেন্সী, বৃটিছ ভাৰত |
মৃত্যু | ১২ মাৰ্চ, ১৯৮৮ (৬৩ বছৰ) কলকাতা, পশ্চিমবঙ্গ, ভাৰত |
ছদ্মনাম | কালকূট |
পেচা | লেখক |
ৰাষ্ট্ৰীয়তা | বাঙালী |
নাগৰিকত্ব | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | প্ৰজাপতি, দেখি নাই ফিৰে, শাম্ব, গঙ্গা |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (১৯৮০) |
দাম্পত্যসংগী | গৌৰী বসু (বি. ১৯৪২) |
সমৰেশ বসু (ইংৰাজী: Samaresh Basu; ১১ ডিচেম্বৰ ১৯২৪ - ১২ মাৰ্চ ১৯৮৮) হ'ল আধুনিক বাংলা সাহিত্যৰ এজন ভাৰতীয় লেখক; বহুমুখী প্ৰতিভা আৰু বিষয়বস্তুৰ বিশাল পৰিসৰৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।[1] কালকূট ছদ্মনামেৰেও তেওঁ লেখা-মেলা কৰিছিল।[2] বসুৱে তেওঁৰ উপন্যাস 'শাম্ব'ৰ বাবে ভাৰতৰ নেচনেল একাডেমী অৱ লেটাৰ্ছ, সাহিত্য অকাডেমিৰ দ্বাৰা ১৯৮০ চনত বাংলা ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ ১৯৮৩ চনত নমকীন ৰ বাবে শ্ৰেষ্ঠ কাহিনীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।[3]
জীৱনী
[সম্পাদনা কৰক]বসুৰ জন্ম হৈছিল ১৯২৪ চনৰ ১১ ডিচেম্বৰত ঢাকাৰ বিক্ৰমপুৰত (বৰ্তমানৰ বাংলাদেশ)। ১৯৪২ চনত তেওঁ গৌৰী বসুৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[4][5] প্ৰাৰম্ভিক দিনবোৰত তেওঁ পশ্চিম বংগৰ ইছাপুৰৰ এটি কাৰখানাত কাম কৰিছিল।[6] শ্ৰমিক সংগঠন আৰু কমিউনিষ্ট পাৰ্টিত জড়িত থকাৰ বাবে ১৯৪০ চনৰ পৰা ১৯৫০ চনৰ ভিতৰত তেওঁক কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। কাৰাগাৰত থকা অৱস্থাতে তেওঁ তেওঁৰ প্ৰথম প্ৰকাশিত উপন্যাস উত্তৰঙ্গ লিখিছিল। মুক্তিৰ পিছত তেওঁ পুৰণি চাকৰিৰ প্ৰস্তাৱ অস্বীকাৰ কৰি সম্পূৰ্ণৰূপে লেখা-মেলাৰ বাবে সময় উৎসৰ্গা কৰিছিল।[7] তেওঁ ২০০তকৈও অধিক চুটি গল্প আৰু ১০০খন উপন্যাস কালকূট আৰু ভ্ৰমৰ ছদ্মনামেৰে লিখিছিল যিবোৰ ৰাজনৈতিক সক্ৰিয়তা, মধ্যবিত্তৰ জীৱন আৰু যৌনতা আদি বিষয়বস্তুৰ ওপৰত আধাৰিত, ইয়াৰে দুখন উপন্যাসক অশ্লীলতাৰ অভিযোগত এক সংক্ষিপ্ত সময়ৰ বাবে নিষিদ্ধ কৰা হৈছিল।[8][9]
বসুৱে ১৯৮০ চনত শ্বাম্ব ৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ১৯৮৩ চনত নমকীন ৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।[10]
১৯৮৮ চনৰ ১২ মাৰ্চত সমৰেশ বসুৰ মৃত্যু হয়।[11]
সৃষ্টি-কৰ্ম
[সম্পাদনা কৰক]উপন্যাস
সমৰেশ বসু ৰচিত উপন্যাসৰ সংখ্যা প্ৰায় ১০০।
- নয়নপুৰেৰ মাটি (১৯৫২)
- উত্তৰঙ্গ (১৯৫১)
- বি. টি. ৰোডেৰ ধাৰে (১৯৫২)
- শ্ৰীমতি কাফে (১৯৫৩)
- গঙ্গা (১৯৫৭)
- বাঘিনী (১৯৬০)
- ছিন্নবাধা (১৯৬২)
- দুৰন্ত চড়াই (১৯৬২)
- শেষ দৰবাৰ (১৯৬৩)
- দুই অৰণ্য (১৯৬৪)
- ফেৰাই (১৯৬৪)
- ধূসৰ আয়না (১৯৬৪)
- স্বৰ্ণ পিঞ্জৰ (১৯৬৫)
- বিবৰ (১৯৬৫) [12]
- তিন ভুবনেৰ পাৰে (১৯৬৬)
- জগদ্দল (১৯৬৭)
- স্বীকাৰোক্তি (১৯৬৭)
- অগ্নিবিন্দু (১৯৬৭)
- প্ৰজাপতি (১৯৬৭)
- আত্মজ (১৯৬৭)
- চৰ্তুধাৰা (১৯৬৮)
- অপৰিচিত (১৯৬৮)
- পদক্ষেপ (১৯৬৮)
- এপাৰ ওপাৰ (১৯৬৮)
- বান্দা (১৯৬৮)
- অচিনপুৰ (১৯৬৯)
- অলিন্দ (১৯৬৯)
- পাতক (১৯৬৯)
- ভানুমতীৰ নবৰঙ্গ (১৯৬৯)
- মিছিমিছি (১৯৬৯)
- সুচাঁদেৰ স্বদেশযাত্ৰা (১৯৬৯)
- যাত্ৰীক (১৯৭০)
- যাৰ যা ভূমিকা (১৯৭০)
- বিষেৰ স্বাদ (১৯৭০)
- ছুটিৰ ফাঁদে (১৯৭০)
- অবচেতন (১৯৭০)
- অলকা সংবাদ (১৯৭০)
- মুখোমুখি ঘৰ (১৯৭১)
- বিশ্বাস (১৯৭১)
- সওদাগৰ (১৯৭১)
- ৰক্তিম বসন্ত (১৯৭১)
- তৰাই (১৯৭১)
- বন্ধ দুয়াৰ (১৯৭১)
- ছায়া ঢাকা মন (১৯৭২)
- বিকেলে ভোৰেৰ ফুল (১৯৭২)
- একটি অস্পষ্ট স্বৰ (১৯৭২)
- নিঠুৰ দৰদী (১৯৭২)
- ৰূপায়ণ (১৯৭২)
- ওদেৰ বলতে দাও (১৯৭২)
- অন্ধকাৰ গভীৰ গভীৰতৰ (১৯৭৩)
- পৰম ৰতন (১৯৭৩)
- অশ্লীল (১৯৭৩)
- পথিক (১৯৭৩)
- স্বৰ্ণচঞ্চু (১৯৭৩)
- ৰামনাম কেবলম (১৯৭৩)
- কামনা বাসনা (১৯৭৩)
- ত্ৰিধাৰা (১৯৭৪)
- হৃদয়েৰ মুখ (১৯৭৪)
- মানুষ শক্তিৰ উৎস (১৯৭৪)
- লগ্নপতি (১৯৭৪)
- প্ৰাচীৰ (১৯৭৪)
- অবশেষে (১৯৭৪)
- আমাৰ আয়নাৰ মুখ (১৯৭৪)
- প্ৰাণ প্ৰতিমা (১৯৭৫)
- নাটেৰ গুৰু (১৯৭৫)
- অবৰোধ (১৯৭৫)
- সবুজ বনে আগুন (১৯৭৫)
- হাৰিয়ে যাওয়াৰ নেই মানা (১৯৭৫)
- বিজড়িত (১৯৭৫)
- সূৰ্যতৃষ্ণা (১৯৭৬)
- পৰেৰ ঘৰে আপন বাসা (১৯৭৬)
- সঙ্কট (১৯৭৬)
- বাৰোবিলাসিনী (১৯৭৬)
- চৈতি (১৯৭৭)
- আম মাহাতো (১৯৭৭)
- মহাকালেৰ ৰথেৰ ঘোড়া (১৯৭৭)
- ম্যাকবেথ: ৰঙ্গমঞ্চ কলকাতা (১৯৭৭)
- হাৰিয়ে পাওয়া (১৯৭৭)
- গন্তব্য (১৯৭৮)
- আঁখিৰ আলোয় (১৯৭৮)
- আনন্দধাৰা (১৯৭৮)
- মৰীচিকা (১৯৭৮)
- অপদাৰ্থ (১৯৭৯)
- পুতুলেৰ প্ৰাণ (১৯৭৯)
- শেষ অধ্যায় (১৯৭৯)
- টানাপোড়েন (১৯৮০)
- দু-মুখো সাপ (১৯৮০)
- বিপৰ্যস্ত (১৯৮০)
- জীবন যখন একটাই (১৯৮০)
- অস্বীকাৰ (১৯৮০)
- অন্ধকাৰে আলোৰ ৰেখা (১৯৮১)
- ভানুমতী (১৯৮১)
- যুগ যুগ জীয়ে (১৯৮১)
- দিগন্ত (১৯৮২)
- পুনৰ্যাত্ৰা (১৯৮২)
- মাতৃতান্ত্ৰিক (১৯৮২)
- বিজন বিভুঁই (১৯৮৩)
- আকাংক্ষা (১৯৮৩)
- অভিজ্ঞান (১৯৮৪)
- শিকল ছেঁড়া হাতেৰ খোঁজে (১৯৮৪)
- বাথান (১৯৮৫)
- তিন পুৰুষ (১৯৮৫)
- দশ দিন পৰে (১৯৮৬)
- জবাব (১৯৮৬)
- খণ্ডিতা (১৯৮৬)
- উদ্ধাৰ (১৯৮৭)
- প্ৰকৃতি (১৯৮৭)
- মোহমায়া (১৯৮৭)
- অয়নান্ত (১৯৮৭)
- পুতুলেৰ খেলা
- শালঘেৰিৰ সীমানায়
- ৰাণীৰ বাজাৰ
- পাঞ্চজন্য
- দেখি নাই ফিৰে (অসমাপ্ত) (১৯৮৭)
তেওঁৰ প্ৰকাশিত চুটিগল্পৰ সংকলনৰ সংখ্যা ২০০
- মৰশুমেৰ একদিন (১৯৫৩)
- অকালবৃষ্টি (১৯৫৩)
- ষষ্ঠ ঋতু (১৯৫৬)
- মনোমুকুৰ (১৯৫৮)
- উত্থান (১৯৬৬)
- পশাৰিণী
- ফুলবৰ্ষিয়া
- মানুষ (১৯৭০)
- বনলতা (১৯৬৭)
- চেতনাৰ অন্ধকাৰে (১৯৭২)
- ছেঁড়া তমসুক (১৯৭১)
- ধৰ্ষিতা (১৯৭২)
- কামনা বাসনা (১৯৭৩)
- জোয়াৰ ভাটা
- ছায়াচাৰিণী (১৯৮৩)
- কে নেবে মোৰে (১৯৮২)
- আদি মধ্য অন্ত
- দেওয়াল লিপি
- সুবৰ্ণা
- আটাত্তৰ দিন পৰে
- পাপ-পুণ্য (১৯৬৭)
- আইন নেই
- বিকেলে শোনা
- পঞ্চবহ্নি
- অজানা
- হ্ৰেষাধ্বনি (১৯৭৩)
- বিদ্যুল্লতা (১৯৭৪)
- বিপৰীত ৰঙ্গ (১৯৭৫)
- নাচঘৰ (১৯৭৬)
- ঝিলেনগৰ
- তৃষ্ণা
- উজান
- ৰজকিনী প্ৰেম (১৯৭৪)
- কীৰ্তিনাশিনী (১৯৭৬)
- কুন্তিসংবাদ (১৯৭৬)
- মাসেৰ প্ৰথম ৰবিবাৰ (১৯৭৮)
- অন্ধকাৰেৰ গান (১৯৮০)
- ও আপনাৰ কাছে গেচে (১৯৮০)
- আমি তোমাদেৰই লোক (১৯৮৬)
- আলোয় ফেৰা
- আলোৰ বৃত্তে
- এখানে সেখানে
- ছোট ছোট ঢেউ
- পাহাড়ী ঢল
- বিবৰ মুক্ত
- যৌবন
উল্লেখযোগ্য গল্পসংকলন
- শ্ৰেষ্ঠ গল্প (১৯৬৭)
- গল্পসংগ্ৰহ [১ম] (১৯৭৮)
- গল্পসংগ্ৰহ [২য়] (১৯৭৮)
- গল্পসংগ্ৰহ [৩য়] (১৯৮০)
- গল্পসংগ্ৰহ [৪ৰ্থ] (১৯৮০)
- গল্পসংগ্ৰহ [৫ম] (১৯৮১)
- গল্পসংগ্ৰহ [৬ষ্ঠ] (১৯৮৩)
- বাছাই গল্প (১৯৮৫)
- স্বনিৰ্বাচিত শ্ৰেষ্ঠ গল্প (১৯৮৮)
- গল্প সমগ্ৰ [১-৪]
কালকূট হিচাপে সৃষ্টি-কৰ্ম
[সম্পাদনা কৰক]- ভোট দৰ্পণ (১৯৫২)
- অমৃতকুম্ভেৰ সন্ধানে (১৯৫৪)
- স্বৰ্ণশিখৰ প্ৰাঙ্গণে (১৯৬৫)
- কোথায় পাব তাৰে (১৯৬৮)
- বাণীধ্বনি বেণুবনে (১৯৭১)
- আৰব সাগৰেৰ জল লোনা (১৯৭২)
- নিৰ্জন সৈকতে (১৯৭২)
- মন চলো বনে (১৯৭৩)
- বনেৰ সঙ্গে খেলা (১৯৭৪)
- প্ৰেম নামে বন (১৯৭৫)
- অমাবস্যায় চাঁদেৰ উদয় (১৯৭৫)
- হাৰায়ে সেই মানুষে (১৯৭৫)
- বাঁশীৰ তিন স্বৰ (১৯৭৬)
- মিটে নাই তৃষ্ণা (১৯৭৬)
- তুষাৰ সিংহেৰ পদতলে (১৯৭৬)
- শাম্ব (১৯৭৮)
- ঘৰেৰ কাছে আৰশি নগৰ (১৯৭৯)
- মনভাসিৰ টানে (১৯৮০)
- মুক্ত বেণীৰ উজানে (১৯৮১)
- মন চল ৰূপনগৰে (১৯৮২)
- পিঞ্জৰে অচিন পাখি (১৯৮২)
- কোথায় সেজন আছে (১৯৮৩)
- প্ৰাচেতস (১৯৮৪)
- যুদ্ধেৰ শেষ সেনাপতি (১৯৮৪)
- পৃথা (১৯৮৬)
- ধ্যান জ্ঞান প্ৰেম (১৯৮৬)
- যে খোঁজে আপন ঘৰে (১৯৮৭)
- জ্যোৰ্তিময় শ্ৰীচৈতন্য (১৯৮৭)
- পুণ্যভূমে পুণ্যস্নান (১৯৮৭)
- অন্তিম প্ৰণয় (১৯৮৭)
- এক যে ছিল ৰাজা (১৯৮৮)
- পৰবন্ধ (অগ্ৰন্থিত)
জৰাসন্ধ (চাৰুচন্দ্ৰ চক্ৰৱৰ্তী) সম্পাদিত 'নাম নেই' গ্ৰন্থত 'বিচিত্ৰ' নামেৰে (অমৃতকুম্ভেৰ সন্ধানেৰ ভূমিকাংশ) কালকূটৰ এটি লেখা ছপা হয়।
ভ্ৰমৰ হিচাপে সৃষ্টি-কৰ্ম
[সম্পাদনা কৰক]ভ্ৰমৰ ছদ্মনামে লেখা তিনখন উপন্যাস ১৩৮৯, ১৩৯০ ও ১৩৯১ বঙ্গাব্দৰ শাৰদীয় প্ৰসাদত প্ৰকাশিত হয়: 'যুদ্ধেৰ শেষ সেনাপতি', 'প্ৰভু কাৰ হাতে তোমাৰ ৰক্ত', 'প্ৰেম - কাব্য - ৰক্ত'।
ভ্ৰমৰ ছদ্মনামত লেখকৰ যাৱতীয় সাহিত্যকৰ্ম
- আত্মজ (১৯৭৫)
- বাসন্তীৰ সংসাৰ (১৯৭৬)
- প্ৰেম নিত্য (১৯৮০)
- প্ৰেম নিত্য, অনিত্য সংসাৰ (১৯৮১)
- প্ৰভু, কাৰ হাতে তোমাৰ ৰক্ত (১৯৮৪)
- শেষ অধ্যায় (১৯৭৯)
- মৰম ভৰম (১৯৮০)
- যুদ্ধেৰ শেষ সেনাপতি (১৯৮৪)
- উদ্ধাৰ (১৯৮৬)
- অন্তিম প্ৰণয় (১৯৮৭)
- প্ৰেম কাব্য ৰক্ত (১৯৮৭)
- জনক (১৯৮৮)
কিশোৰৰ বাবে সৃষ্টি-কৰ্ম
[সম্পাদনা কৰক]কিশোৰ উপন্যাস
- মোক্তাৰ দাদুৰ কেতুবধ
- বন্ধ ঘৰেৰ আওয়াজ
- গোগোল চিক্কুস নাগাল্যাণ্ডে
- সেই গাড়িৰ খোঁজে
- শিমুলগড়েৰ খুনে ভূত
- ভুল বাড়িতে ঢুকে
- জঙ্গলমহলে গোগোল
- বিদেশী গাড়িতে বিপদ
- সোণালী পাড়েৰ ৰহস্য
- ৰাজধানী এক্সপ্ৰেসেৰ হত্যাৰহস্য
- জোনাকি ভূতেৰ বাড়ি
কিশোৰ গল্প
- ইঁদুৰেৰ খুট খুট
- আয়না নিয়ে খেলতে খেলতে
- সোণালী পাড়েৰ ৰহস্য
- হাৰানো বুদ্ধমূৰ্তি
- কাইৰং মঠে গোগোলেৰ কাণ্ড
- দুৰ্গেৰ গড়খাইয়েৰ দুৰ্ঘটনা
- বুনো হাতিৰ বন্ধুত্ব
- গোয়ায় গোগোলেৰ প্ৰথম কীৰ্তি
- মহিষমৰ্দিনী উদ্ধাৰ
- চোৰা হাতি শিকাৰি
- বাতাসীবুড়িৰ সোণাৰ হাৰ
- গোগোল কোথায়
- গোগোলেৰ ৰায়ৰাজা উদ্ধাৰ
- গোগোলেৰ কেৰামতি
- ৰত্নৰহস্য ও গোগোল
- গৰাদহীন জানালায় ৰাক্ষস
- টেলিফোনে আড়ি পাতাৰ বিপদ
- পশ্চিমেৰ ব্যালকনি থেকে
- অদৃশ্য মানুষেৰ হাতছানি
- জ্বৰেৰ ঘোৰে শোনা
- গোগোল ও বাসুপাগলা
- গোগোল খোলা জানালাৰ দিকে তাকিয়ে
- উত্তৰ সিকিমেৰ ভূত বাংলো
- গোৰক্ষনাথবাবুৰ নোটবুক
গোগোল
[সম্পাদনা কৰক]সমৰেশ বসুৱে দুটা কাল্পনিক চোৰাংচোৱা চৰিত্ৰ সৃষ্টি কৰিছিলঃ শিশুৰ বাবে গোগোল, আৰু প্ৰাপ্তবয়স্কৰ বাবে অশোক ঠাকুৰ। শিশু চোৰাংচোৱা গগল অধিক বিখ্যাত আৰু বহুলভাৱে পঠিত। গোগোলৰ বেছিভাগ কাহিনীয়েই গোগোল অমনিবাসত একত্ৰিত কৰা হৈছে। উল্লেখযোগ্যসমূহৰ ভিতৰত আছেঃ
- আয়না নিয়ে খেলতে খেলতে
- অদৃশ্য মানুষেৰ হাতছানি (সৰোদিয়া সুক্তৰা, ১৯৮৬)
- বুনো হাতিৰ বন্ধুত্ব (সৰোদিয়া আনন্দমেলা, ১৯৭৭)
- চোৰা হাতি চিকাৰী
- দুৰ্গেৰ গড়খাইয়েৰ দুৰ্ঘটনা
- গৰাদহীন জানালায় ৰাক্ষস
- গোগোল কোথাই? (সৰোদিয়া আনন্দমেলা, ১৯৮১)
- গোগোলৰ কেৰামতি
- গোগোলেৰ ৰায়ৰাজা উদ্ধাৰ
- হাৰানো বুদ্ধমূৰ্তি
- ইঁদুৰেৰ খুট খুট
- জোনাকী ভুতেৰ বাৰী (সৰোদিয়া আনন্দমেলা, ১৯৮০)
- কাইৰং মঠে গোগোলেৰ কাণ্ড
- মহিষমৰ্দিনী উদ্ধাৰ
- পশ্চিমেৰ বেলকনি থেকে
- ৰাজধানী এক্সপ্ৰেসেৰ হত্যাৰহস্য
- ৰত্নৰহস্য ও গোগোল
- সোণালী পাড়েৰ ৰহস্য
- টেলিফোনে আড়ি পাতাৰ বিপদ (সৰোদিয়া সুক্তৰা)
অভিযোজনসমূহ
[সম্পাদনা কৰক]চলচ্চিত্ৰসমূহ
[সম্পাদনা কৰক]তেওঁৰ সাহিত্য-কৰ্মৰ ওপৰত আধাৰিত কেইবাখনো চলচ্চিত্ৰ আছে, সেইবোৰৰ ভিতৰত আছে- [13][14]
- গংগা (১৯৬০) ৰাজেন তৰফদাৰৰ দ্বাৰা
- নিৰ্জন সৈকতে (১৯৬৩) - তপন সিনহা
- তিন ভুৱনেৰ পাৰে (১৯৬৯) আশুতোষ বন্দোপাধ্যায়ৰ দ্বাৰা [15]
- অপৰিচিত (১৯৬৯) - সলিল দত্ত
- স্বৰ্ণ শিখৰ প্ৰাঙ্গনে (১৯৭০) পীয়ুষ বসুৰ দ্বাৰা
- কলকাতা ৭১ (১৯৭২) মৃণাল সেনৰ দ্বাৰা
- মৌচাক (১৯৭৪) অৰবিন্দ মুখোপাধ্যায়ৰ দ্বাৰা
- সেৰা তমসুক (১৯৭৪) পূৰ্ণেন্দু পত্ৰীৰ দ্বাৰা
- বিকেলে ভোৰেৰ ফুল (১৯৭৪) পীয়ুষ বসুৰ দ্বাৰা
- ছুতিৰ ফাণ্ডে (১৯৭৫) সলিল সেনৰ দ্বাৰা আৰু হানিমুন (২০১৮) প্ৰেমেন্দ্ৰ বিকাশ চাকীৰ দ্বাৰা (ছুতিৰ ফাণ্ডেৰ পুনৰ্নিৰ্মাণ)
- কিতাব (১৯৭৭) আৰু নামকিন (১৯৮২) গুলজাৰৰ দ্বাৰা
- বাসু চেটাৰ্জীৰ দ্বাৰা পৰিচালিত শ্বৌকীন (১৯৮২) বাসু চেটাৰ্জী
- দিলীপ ৰয়ৰ অমৃত কুম্ভেৰ সন্ধানে (১৯৮২)
- পাৰ (১৯৮৪) গৌতম ঘোষৰ দ্বাৰা
- মৃণাল সেনৰ আদিপুস্তক (১৯৮৬)
- প্ৰজাপতি (১৯৯৩) - বিপ্লৱ চেটাৰ্জী
- উত্তৰা (২০০০) বুদ্ধদেব দাসগুপ্তৰ দ্বাৰা
- নাটেৰ গুৰু (২০০৩) হৰনাথ চক্ৰৱৰ্তীৰ দ্বাৰা
- সুব্ৰত সেন বীবৰ (২০০৬) [16]
- ২০১৩ চনত বসুৰ কাহিনীৰ চলচ্চিত্ৰ অভিযোজন, গোগোল অমনিবাস সোণালী পাৰেৰ ৰহস্য, গোয়েণ্ডা গোগোল শীৰ্ষকৰে মুক্তি দিয়া হৈছিল।[17] অৰিন্দম দে-ৰ দ্বাৰা পৰিচালিত এই ছবিখনত শিশু অভিনেতা অহিজিত ঘোষে গোগোলৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে ইন্দ্ৰনীল সেনগুপ্ত, চাহেব চেটাৰ্জী আৰু ৰচনা বেনাৰ্জী দৰে প্ৰবীণ অভিনেতাসকলে অভিনয় কৰিছিল।
- গোগোলাৰ কীৰ্তি নামৰ গোয়েণ্ডা গোগোলৰ এটা চিক্যুৱেল ২০১৪ চনত মুক্তি দিয়া হৈছিল।[18] পম্পি ঘোষ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত এই ছবিখন সমৰেশ বসুৰ দুটা কাহিনীৰ ওপৰত আধাৰিত -"ৰয়ৰাজা উদ্ধাৰ" আৰু "মহিষমৰ্দিনী উদ্ধাৰ।" অভিনেতা অহিজিৎ ঘোষে পূৰ্বৰ ছবিখনৰ গোগোলৰ চৰিত্ৰত পুনৰ অভিনয় কৰিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Dey, Esha (1988). "Samaresh Basu: A Literary Assessment". Indian Literature (Sahitya Akademi) খণ্ড 3 (125): 47–52. https://www.jstor.org/stable/23331255.
- ↑ Gangopadhyay, Sunil (1988). "Samaresh Basu: A Memory". Indian Literature (Sahitya Akademi) খণ্ড 3 (125): 37–46. https://www.jstor.org/stable/23331254.
- ↑ . https://timesofindia.indiatimes.com/topic/Samaresh-Basu/awards.
- ↑ "Samaresh Basu". The Asian Age. https://dailyasianage.com/news/112107/samaresh-basu। আহৰণ কৰা হৈছে: March 12, 2018.
- ↑ . https://www.business-standard.com/article/beyond-business/the-voyage-that-never-ends-122092300985_1.html.
- ↑ . https://www.news18.com/news/lifestyle/samaresh-basu-birth-anniversary-here-are-5-films-based-on-his-novels-2419565.html.
- ↑ . https://www.news18.com/news/lifestyle/samaresh-basu-birth-anniversary-here-are-5-films-based-on-his-novels-2419565.html.
- ↑ . https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/a-documentary-on-samaresh-basus-life/articleshow/12259202.cms.
- ↑ . https://www.thehindu.com/books/pathos-with-a-punch/article3261331.ece.
- ↑ "Samaresh Basu". https://dailyasianage.com/news/167555/samaresh-basu.
- ↑ Parabaas Inc.. "Samaresh Basu – Biographical Sketch [Parabaas Translation]". Parabaas.com. http://www.parabaas.com/translation/database/authors/texts/samareshbasu.html। আহৰণ কৰা হৈছে: 5 January 2013.
- ↑ "Samaresh Basu's controversial Bibor to be adapted for stage". https://timesofindia.indiatimes.com/entertainment/bengali/theatre/samaresh-basus-controversial-bibor-to-be-adapted-for-stage/articleshow/64841850.cms.
- ↑ সমৰেশ বসু সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ↑ Gulazar; Govind Nihalani; Saibal Chatterjee (2003). Encyclopaedia of Hindi Cinema. Popular Prakashan. পৃষ্ঠা. 357. ISBN 978-81-7991-066-5. https://books.google.com/books?id=8y8vN9A14nkC&pg=PT361.
- ↑ "Why 'Teen Bhuvaner Paare' is one of Soumitra Chatterjee's best roles". https://scroll.in/reel/801011/why-teen-bhuvaner-paare-is-one-of-soumitra-chatterjees-best-roles.
- ↑ "10 Controversial Bengali Movies That Broke the Stereotypes". https://timesofindia.indiatimes.com/entertainment/bengali/movies/photo-features/10-controversial-bengali-movies-that-broke-the-stereotypes/bibar-2006/photostory/63202235.cms.
- ↑ "Goenda Gogol Movie Review". https://timesofindia.indiatimes.com/entertainment/bengali/movie-reviews/goenda-gogol/movie-review/20273433.cms.
- ↑ "Gogoler Kirti Movie Review". https://timesofindia.indiatimes.com/entertainment/bengali/movie-reviews/gogol-er-kirti/movie-review/42617016.cms.