সাঁচ:আজিৰ আপুনি জানেনে-৫
অৱয়ব
- ...যে ভাৰতীয় ৰেল ১,১৫,০০০ কিলোমিটাৰ ৰেলপথ আৰু ৭,৫০০টা ষ্টেচনৰে বিশ্বৰ অন্যতম বৃহৎ ৰেল জালিকা?
- ...যে ১৯৬৩ চনত বৰপেটা জিলাৰ পাঠশালা নগৰত জন্ম লাভ কৰা নটৰাজ থিয়েটাৰ প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ?
- ...যে শুদা ভৰিৰে দৌৰি গিনিজ বিশ্ব অভিলেখ স্থাপন কৰা যোৰহাটৰ অভিজিত বৰুৱাই শেহতীয়াকৈ দ্ৰুততম মুষ্টিযুঁজাৰু ৰূপে এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ স্বীকৃতি লাভ কৰিছে?
- ...যে বুঢ়ী আইৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাই সাধু সংকলনখন নানা প্ৰবন্ধে বহুজনৰপৰা লিখিত ৰূপত সাধু কথাবোৰ সংগ্ৰহ কৰি লিখি উলিয়াইছিল?
- ...যে ভাৰতৰ জাতীয় পতাকা ক্ষতিগ্ৰস্থ হলে বা অপৰিষ্কাৰ হ'লে গংগাত বিসৰ্জন দি অথবা সসম্মানে কবৰস্থ কৰি বিনষ্ট কৰা হয়?