সমললৈ যাওক

সাঁচ:সাময়িক সংশোধনৰ প্ৰয়োজন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সময়িক সংশোধনৰ প্ৰয়োজন
এই প্ৰবন্ধৰ বিষয়বস্তু এনে ধৰণৰ যে সময়ৰ সৈতে তথ্য সলনি হ'ব পাৰে।




উদ্দেশ্য

[সম্পাদনা কৰক]

এনে বহু পৃষ্ঠা আছে যাক সময়ে সময়ে সম্পাদনা কৰাৰ প্ৰয়োজন, যিহেতু তথ্য সলনি হৈ থাকিব পাৰে। যেনে, কোনো দেশৰ জনগাঁথনি, বা কোনো জীৱিত ব্যক্তি, বা কোনো ৰাজনৈতিক পৰিঘটনা বা বৈজ্ঞানিক অনুসন্ধান আদি। তেনে পৃষ্ঠাত এই সাঁচ যোগ কৰিলে

  • পাঠকে জানিব পাৰিব তেওঁ পঢ়া তথ্য কিমান নতুন
  • সম্পাদকে জানিব পাৰিব কি কি পৃষ্ঠাৰ তথ্য পুৰণি আৰু সম্পাদনাৰ প্ৰয়োজন

ব্যৱহাৰ

[সম্পাদনা কৰক]
{{সাময়িক সংশোধনৰ প্ৰয়োজন
 | reason = কিয় সময়ে সময়ে আপডেট লাগিব (সংক্ষেপ)
 | date   = 2025-10-11   <!-- মানক: YYYY-MM-DD; অন্ততঃ YYYY-MM -->
}}

তাৰিখৰ বিন্যাস (date=)

[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি এই ফৰ্মেটসমূহ ব্যৱহাৰ কৰক:

  • YYYY-MM-DD (উদা. 2025-08-02) — সৰ্বোত্তম
  • YYYY-MM (উদা. 2025-08) — দিন নজনাত
This is the TemplateData documentation for this template used by VisualEditor and other tools.

See the monthly error report for this template.

TemplateData for সাময়িক সংশোধনৰ প্ৰয়োজন

সময়ে সময়ে আপডেটৰ প্ৰয়োজন হোৱা অসমীয়া ৱিকিপিডিয়াৰ পৃষ্ঠা চিহ্নিত কৰিবলৈ সাঁচ।

সাঁচ পেৰামিটাৰ[সাঁচ-তথ্য পৰিচালনা কৰক]

পেৰামিটাৰবিৱৰণপ্ৰকাৰস্থিতি
কাৰণreason

সংক্ষেপে কিয় সংশোধনৰ প্ৰয়োজন হ’ব পাৰে।

ষ্ট্ৰিংঐচ্ছিক
তাৰিখdate

শেহতীয়াকৈ কেতিয়া তথ্য পৰীক্ষা কৰা হৈছিল।

উদাহৰণ
2025-10-11
ষ্ট্ৰিংঐচ্ছিক