সমললৈ যাওক

সাঁচ বাৰ্তা:অসমৰ জিলা আৰু মহকুমা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই সাঁচটোৰ প্ৰয়োজন আছে জানো? সাঁচ:অসমৰ ক্ষুদ্ৰ প্ৰতিলিপিহে মাথোন| বিলোপ কৰাৰ প্ৰস্তাৱ দিলো| কিয়নো অসমৰ জিলাসমূহত দুয়োটা সাঁচেই তলত দিয়া হৈছে... যিটো আচলতে প্ৰয়োজন নাই| সাঁচ:অসমতে গোটেইবোৰ লিংক আছে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:48, 24 জুন 2012 (UTC)

কোনও একো নকলে| আপত্তি নাই বুলি ভাবি ল’লো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:19, 27 জুন 2012 (UTC)
সমৰ্থন কৰিছোঁ। --অম্লান বসুমতাৰী (talk) 05:18, 28 জুন 2012 (UTC)

সাঁচ:অসমৰ জিলা আৰু মহকুমাৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক