সাঁচ বাৰ্তা:অসমৰ প্ৰসিদ্ধ ব্যক্তি
বিষয় যোগ কৰকঅৱয়ব
(সাঁচ বাৰ্তা:অসমৰ সুপ্ৰসিদ্ধ ব্যক্তিসকলৰ পৰা পুনঃনিৰ্দেশিত)
ব্যক্তিসকলৰ ক্ষেত্র
[সম্পাদনা কৰক]বহত ক্ষেত্রত একেজন ব্যক্তিয়েই দুই তিনিটা গুণৰ অধিকাৰী হ'ব পাৰে - যেনে ভবেন্দ্র নাথ শইকিয়া চলচিত্র নিৰ্মাতা আৰু সাহিত্যিক। গতিকে আমি যদি তালিকাখন ভাগ ভাগ কৰি অসমৰ সাহিত্যিক, অসমৰ চলচিত্র পৰিচালক আদি এনেকৈ কৰোঁ, তেতিয়া ব্যক্তিজনৰ জীবনীত সংশ্লিষ্ট দুইটাল নেভ বাৰ দি দিলেই হ'ব। কেনে?
প্রভাকৰ শৰ্মা নেওগ 11:14, 5 ডিচেম্বৰ 2011 (UTC)
- ময়ো তাকেই ভাবিছিলোঁ। ক্ষেত্র অনুসৰি নেভ বাৰ বনালে ভাল হব। --অম্লান জ্যো ব 11:40, 5 ডিচেম্বৰ 2011 (UTC)