সমললৈ যাওক

সাগৰলৈ বহু দূৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সাগৰলৈ বহুদূৰৰ পৰা পুনঃনিৰ্দেশিত)
সাগৰলৈ বহুদূৰ
It's a Long Way to the Sea

চলচ্চিত্ৰখনৰ এটা স্ক্ৰীনশ্বট
পৰিচালক জাহ্নু বৰুৱা
ৰচনা জাহ্নু বৰুৱা
প্ৰযোজক জাহ্নু বৰুৱা
শৈলধৰ বৰুৱা
গায়ত্ৰী বৰুৱা
অভিনয়ত বিষ্ণু খাৰঘৰীয়া
অৰুণ নাথ
কাশ্মীৰি শইকীয়া বৰুৱা
সুশান্ত বৰুৱা
চিত্ৰগ্ৰহণকাৰী পি. ৰঞ্জন
সম্পাদনা হেউ-এন বৰুৱা
সংগীত পৰিচালক সত্য বৰুৱা
পৰিবেশক ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড
মুক্তি
১৩ অক্টোবৰ ১৯৯৫ (1995-10-13)[1]
দৈৰ্ঘ্য
১০৬ মিনিট
দেশ  ভাৰত
ভাষা অসমীয়া

সাগৰলৈ বহুদূৰ (ইংৰাজী: Xagoroloi Bohudoor, It's a Long Way to the Sea) জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯৫ চনত এই ছবিখন মুক্তি দিয়া হয়।

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

চলচ্চিত্ৰখনৰ কাহিনী এজন নাৱৰীয়াৰ ওপৰত কেন্দ্ৰিত। পোৱাল হৈছে দিহিং নদীৰ পাৰৰ নেমুগুৰি গাঁৱৰ এজন নাৱৰীয়া। নদীখনৰ ওপৰত দলঙ নথকালৈকে নাও চলাই তেওঁ জীৱন-নিৰ্বাহ কৰি আছিল। তেওঁলোকৰ পৰিয়ালৰ কেইবাটাওপ্ৰজন্মই দিহিং নদীত নাও চলাই আহিছে। যেতিয়া চৰকাৰে নদীখনৰ ওপৰত দলঙ নিৰ্মাণৰ যো-জা কৰে, তেতিয়া তেওঁৰ জীৱনত বহু পৰিৱৰ্তন ঘটে।[1][2]

অভিনয়ত

[সম্পাদনা কৰক]

কাৰিকৰী খুঁটি-নাটি

[সম্পাদনা কৰক]
  • ফিল্ম: ৩৫ মিমি
  • পৰ্দাৰ অনুপাত: ১:১.৩৩[1]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 "সাগৰলৈ বহু দূৰৰ প্ল'ট". Jahnu Barua. ২০১১. Archived from the original on March 12, 2017. https://web.archive.org/web/20170312184926/http://jahnubarua.com/import/itsalongwaytothesea.html আহৰণ কৰা হৈছে: October 13, 2012.
  2. "The Indian Panorama, IFFI 1996, Delhi". http://theory.tifr.res.in/~sgupta/others/films95.html আহৰণ কৰা হৈছে: 20 January 2010.
  3. "42nd National Film Festival". Directorate of Film Festivals. http://dff.nic.in/images/Documents/75_42ndNfacatalogue.pdf আহৰণ কৰা হৈছে: 3 September 2020.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]