সা ৰে গা মা পা ২০১২
অৱয়ব
| এই প্ৰবন্ধৰ উন্নীতকৰণৰ প্ৰয়োজন। অনুগ্ৰহ কৰি সাম্প্ৰতিক ঘটনা বা নতুনকৈ উপলব্ধ তথ্য সংযোগ কৰি প্ৰবন্ধ উন্নত কৰক। |
| Sa Re Ga Ma Pa Challenge 2012 | |
|---|---|
| বিন্যাস | Interactive Reality Musical show |
| নিৰ্মাতা | Dr. Abhishek Dwivedi & Rajeev Arora |
| পৰিচালক | Gyan Sahay |
| উপস্থাপক | Aditya Narayan |
| দেশ | India |
| ভাষা | Hindi |
| প্ৰযোজনা | |
| কেমেৰাৰ ছেটআপ | Multi-camera |
| দৈৰ্ঘ্য | 52 minutes |
| সম্প্ৰচাৰ | |
| দৃশ্যৰ ফৰমেট | 480i (SDTV) |
| শব্দৰ ফৰমেট | Stereophonic sound |
| কালক্ৰম | |
| পূৰ্বসূৰী | Sa Re Ga Ma Pa L'il Champs |
| উত্তৰসূৰী | Sa Re Ga Ma Pa L'il Champs International |
| সংশ্লিষ্ট ধাৰাবাহিক | Sa Re Ga Ma Pa Challenge 2005 Indial Idol Amul Star Voice of India Winner = |

হোণ্ডা-সা ৰে গা মা পা ২০১২ (ইংৰাজী: Honda - Sa Re Ga Ma Pa 2012)[1] হৈছে সা ৰে গা মা পা চেলেঞ্জৰ পঞ্চম কিস্তি, যিটো আৰম্ভ হৈছিল ২০১২ চনৰ ছেপ্তেম্বৰ ২৯ তাৰিখে জি টিভিত (ইংৰাজী: Zee Tv) । এইটো ছিৰিজত এংকৰ হৈছিল বিখ্যাত গায়ক যাবেদ আলি আৰু নিৰ্বাচন পৰ্বত হোস্ট কৰিছিল জয় ভনুছালি। বিচাৰক হিচাপে আছিল ৰাহুল ৰাম, শংকৰ মহাদেৱন, ছাজিড-ৱাজিড (ছাজিড আলি ৱাজিড আলি)। অডিচন ৰাউণ্ডৰ পৰা সৰ্বমুঠ ১০০ জন প্ৰতিযোগীক নিৰ্বাচন কৰি মেগা প্ৰতিযোগিতালৈ ১৫ জন নিৰ্বাচন কৰিছিল।
শীৰ্ষ ১৫ জন
[সম্পাদনা কৰক]- পদ্মনাভ বৰদলৈ (গুৱাহাটী)
- কোনাল পাণ্ডিত (মুম্বাই)
- বিশ্বজীত বৰৱানকাৰ (মুম্বাই)
- আৰ্চ মাহমোদ (মুম্বাই)
- সুভৰিমা ভাদুৰি (মুম্বাই)
- জাছপ্ৰিত শৰ্মা (পঞ্জাব)
- ছেহনাজ আখটাৰ (পঞ্জাব)
- আৰ্ছপ্ৰিত কওৰ (পঞ্জাব)
- মহমদ অসমন (ৰাজস্থান)
- ৰেনু নগৰ (ৰাজস্থান)
- যশৰাজ যোশি (পুনে)
- পাৰুল মিশ্বা (গুৰখপুৰ)
- মাধুৰি দে (কলিকতা)
- মুনময়ী ত্ৰিৰুধকাৰ (গুৱা)
- হিমাংশু শৰ্মা