সুকুমাৰী
অৱয়ব
সুকুমাৰী আম্মা | |
---|---|
জন্ম | ৬ অক্টোবৰ, ১৯৪০ নাগৰকইল, ট্ৰাভাংক’ৰ, ব্ৰিটিছ ভাৰত (বৰ্তমান তামিলনাডুত) |
মৃত্যু | ২৬ মাৰ্চ, ২০১৩ (৭২ বছৰ) চেন্নাই, তামিলনাডু |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ১৯৪৬-২০১৩ |
দাম্পত্যসঙ্গী | এ ভীমসিং (বি. ১৯৫৯; মৃ. ১৯৭৮) |
সন্তান | ১ |
সুকুমাৰী আম্মা (ইংৰাজী: Sukumari Amma ; ৬ অক্টোবৰ ১৯৪০- ২৬ মাৰ্চ ২০১৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁক মালয়ালম আৰু তামিল চলচ্চিত্ৰত কৰা কামৰ বাবে জনা যায়।[1] পাঁচ দশকতকৈও অধিক সময়ৰ কৰ্মজীৱনত তেওঁ প্ৰধানকৈ মালয়ালম, তামিল, তেলেগু ভাষাৰ ২৫০০ খনতকৈও অধিক ছবিত অভিনয় কৰাৰ লগতে কম পৰিমাণে হিন্দী আৰু লগতে সিংহলী, ফৰাচী, ইটালীয়, বাংলা, তুলু, ইংৰাজী আৰু কানাড়াৰ এখনকৈ ছবিত অভিনয় কৰিছে।[2] সুকুমাৰীয়ে ১০ বছৰ বয়সৰ পৰাই অভিনয় আৰম্ভ কৰে।[3] ২০০৩ চনত কলাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[4] তামিল ছবি নম্মা গ্ৰামমত (২০১০) অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[5] ২০১৩ চনৰ ২৬ মাৰ্চত চেন্নাইত হৃদৰোগত আক্ৰান্ত হৈ সুকুমাৰীৰ মৃত্যু হয়।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Kumar, P. K. Ajith (27 March 2013). "Sukumari – Timeless roles, priceless acting". The Hindu. https://www.thehindu.com/features/cinema/sukumari-timeless-roles-priceless-acting/article4552038.ece.
- ↑ "Actor Sukumari succumbs to burns" (en-IN ভাষাত). The Hindu. 2013-03-26. ISSN 0971-751X. https://www.thehindu.com/features/cinema/actor-sukumari-succumbs-to-burns/article4551759.ece.
- ↑ সাঁচ:Usurped
- ↑ "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015.
- ↑ "National Film awards winners 2010". Bada Screen. 19 May 2011. Archived from the original on 5 September 2013. https://web.archive.org/web/20130905212726/http://www.badascreen.com/2011/05/national-film-awards-winners2010-on-may.html। আহৰণ কৰা হৈছে: 2013-03-26.
- ↑ "South Indian Actress Sukumari passes away". The Week. 26 March 2013. http://week.manoramaonline.com/cgi-bin/MMOnline.dll/portal/ep/theWeekContent.do?contentId=13722835&programId=1073754912&tabId=13। আহৰণ কৰা হৈছে: 2013-03-26.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত সুকুমাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- সুকুমাৰী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- সুকুমাৰী সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
- Vasantha Mullaiyum ইউটিউবত – Sukumari's debut in Or Iravu featuring as young Lalitha