সমললৈ যাওক

সুজয় তৰফদাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুজয় তৰফদাৰ
ব্যক্তিগত তথ্য
জন্ম ৬ ডিচেম্বৰ, ১৯৮৯ (৩৬ বছৰ)
বঙাইগাঁও, অসম, ভাৰত
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী সোঁহতীয়া মিডিয়াম
ভূমিকা বলাৰ
ঘৰুৱা দলৰ তথ্য
বছৰ দল
২০০৫/০৬–২০১৩/১৪ অসম
২০০৮/০৯ কলকাতা টাইগাৰ্ছ
২০০৮/০৯ ৰয়েল বেংগল টাইগাৰ্ছ
উৎস: https://cricketarchive.com/Archive/Players/100/100658/100658.html CricketArchive, ৩১ আগষ্ট ২০১৬

সুজয় তাৰাফদাৰ (ইংৰাজী: Sujay Tarafdar, জন্ম: ৬ ডিচেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ, যিয়ে অসম ক্ৰিকেট দলৰ হৈ খেলিছিল। তেওঁ বৰ্তমান বিলুপ্ত ইণ্ডিয়ান ক্ৰিকেট লীগ (ICL)-ত ৰয়েল বেংগল টাইগাৰ্ছ দলৰ হৈও প্ৰতিনিধিত্ব কৰিছিল।[1] তেওঁ এজন সোঁহাতীয়া মিডিয়াম গতিৰ বলাৰ। তাৰাফদাৰে প্ৰথম-শ্ৰেণীৰ ক্ৰিকেটত আত্মপ্ৰকাশ কৰে ২৩ নৱেম্বৰ ২০০৬ তাৰিখে গুৱাহাটীত অনুষ্ঠিত ৰঞ্জি ট্ৰফীত গোৱাৰ বিৰুদ্ধে।[2] তেওঁ লিষ্ট এ ক্ৰিকেটত আত্মপ্ৰকাশ কৰে ১৩ ফেব্ৰুৱাৰী ২০০৬ তাৰিখে জামাডোবাত অনুষ্ঠিত ৰঞ্জি একদিনীয়া ট্ৰফীত ত্ৰিপুৰাৰ বিৰুদ্ধে।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Sujay Tarafdar" (en ভাষাত). ESPNESPNcricinfo. http://www.espncricinfo.com/india/content/player/237098.html আহৰণ কৰা হৈছে: 31 August 2016.
  2. "Ranji Trophy Plate League, Group A: Assam v Goa at Guwahati, Nov 23–25, 2006" (en ভাষাত). ESPNESPNcricinfo. http://www.espncricinfo.com/ci/engine/match/263128.html আহৰণ কৰা হৈছে: 31 August 2016.
  3. "Ranji One-Day Trophy, Assam v Tripura at Jamadoba, Feb 13, 2006" (en ভাষাত). ESPNESPNcricinfo. http://www.espncricinfo.com/ci/engine/match/265240.html আহৰণ কৰা হৈছে: 31 August 2016.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]