সুন্দৰ পিচাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সুন্দৰ পিছাইৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
সুন্দৰ পিচাই
স্থানীয় নাম பிச்சை சுந்தரராஜன்
জন্ম পিচাই সুন্দৰাৰাজন
জুলাই ১২ , ১৯৭২
মাদ্ৰাছ, ( বৰ্তমানৰ চেন্নাই), তামিলনাডু, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা বি ই, এম এছ, এম বি এ
শিক্ষানুষ্ঠান আই আই টি,খড়গপুৰ
স্টেনফ'ৰ্ড বিশ্ববিদ্যালয়
ডি হোৱাৰ্টন স্কুল
পেচা গুগলৰ মুখ্য কাৰ্য্যবাহী বিষয়া
নিয়োগকৰ্তা গুগল
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী অঞ্জলী পিচাই
ৱেবছাইট
twitter.com/sundarpichai

পিচাই সুন্দৰাৰাজন (তামিল: பிச்சை சுந்தரராஜன்),(ইংৰাজী: Pichai Sundararajan) অথবা সুন্দৰ পিচাই, এজন ভাৰতীয় ব্যৱসায়ী আৰু বৰ্তমানে গুগলমুখ্য কাৰ্য্যবাহী বিষয়া.[1][2][3][4] [4]


সুন্দৰ পিচাই, স্পেইন ২০১৫

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

তেওৰ জন্ম হৈছিল তামিলনাডুৰ মাদ্ৰাছ( বৰ্তমানৰ চেন্নাই )ত ১৯৭২ চনৰ ১২ জুলাইত ৷ পিতৃ ৰঘুনাথা পিচাই আৰু মাতৃ লক্ষ্মী পিচাই ৷ পিতাক ৰঘুনাথা এজন General Electric Company (GEC) নামৰ কোম্পানীটোত কৰ্মৰত এজন বৈদ্যুতিক অভিযন্তা আছিল আৰু বৈদ্যুতিক সৰঞ্জাম নিৰ্মানৰ কাম চাইছিল ৷ সুন্দৰ পিচাই মাদ্ৰাচৰ এটা দুটা কোঠাৰ এপাৰ্টমেন্টত ডাঙৰ হৈছিল ৷ তেও অঞ্জলি পিচাইৰ লগত বিবাহপাশত আবদ্ধ হৈছে আৰু বৰ্তমান এগৰাকী কণ্যা সন্তান আছে ৷

শিক্ষা জীৱন[সম্পাদনা কৰক]

পিচায়ে আই আই টি, খড়গপুৰৰ পৰা মেটালাৰ্জিকেল চাইঞ্চত অভিযান্ত্ৰিকতাৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ৷ [5]৷ পৰিৱৰ্তী সময়ত স্টেনফ'ৰ্ড বিশ্ববিদ্যালযৰ পৰা মেটেৰিয়েল চাইন্স ও অভিযান্ত্ৰিকিত এম এচ ডিগ্ৰী লাভ কৰে তথা ডি হোৱাৰ্টন স্কুল,পেনচিভেনিয়া বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰে৷ [6]৷ তাত তেও Siebel Scholar হিচাপে আছিল ৷[7][8]৷ তেও স্কুলীয়া শিক্ষা পদ্ম সেসাদ্ৰী বাল ভৱন নুনগামবাক্কামৰ পৰা কৰিছিল ৷[9]

কেৰিয়াৰ[সম্পাদনা কৰক]

পিচাইয়ে এপ্লাইড মেটেৰিয়েলছত অভিযান্তিক আৰু উৎপাদ প্ৰৱন্ধন আৰু মেক্ কিঞ্চি এণ্ড ক'ম্পেনীত প্ৰৱন্ধন পৰামৰ্শদাতা হিচাপে কাম কৰিছিল।

গুগল[সম্পাদনা কৰক]

পিচায়ে ২০০৪চনত গুগলত যোগদান কৰে ৷ where he led the product management and innovation efforts for a suite of Google's client software products, including Google Chrome and Chrome OS , as well as being largely responsible for Google Drive . He went on to oversee the development of different apps like Gmail and Google Maps . On 19 November 2009, Pichai gave a demonstration of Chrome OS and the Chromebook was released for trial and testing in 2011 and released in public in 2012 . On 20 May 2010, he announced the open-sourcing of the new video codec VP8 by Google, and introduced the new video format WebM . On 13 March 2013, Pichai added Android to the Google products he oversees. Android was formerly managed by Andy Rubin . He was rumored to be one of the contenders for the CEO position of Microsoft in 2014. He was a Director of Jive Software from April 2011 to 30 July 2013. Pichai was announced as the next CEO of Google on 10 August 2015 after previously being appointed Product Chief by current CEO Larry Page on 24 October 2014. He will step into the new position upon the completion of the formation of Alphabet Inc. , the new conglomerate for the Google company family.২০১৫চনৰ ১০আগষ্টত তেও গুগলৰ মুখ্য কাৰ্য্যবাহী বিষয়া হিচাপে নিযুক্ত হয়৷ [10]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. "Google's Sundar Pichai too in race to head Microsoft?". Times of India. 2 February 2014. http://timesofindia.indiatimes.com/tech/tech-news/internet/Googles-Sundar-Pichai-too-in-race-to-head-Microsoft/articleshow/29732831.cms। আহৰণ কৰা হৈছে: 4 February 2014. 
  2. "Google's latest star was IIT Kharagpur topper". Times of India. 16 March 2013. http://articles.timesofindia.indiatimes.com/2013-03-16/other-news/37766973_1_sundar-pichai-chrome-os-iit-kharagpur। আহৰণ কৰা হৈছে: 16 March 2013. 
  3. "Sundar Pichai; man who runs Chrome at Google". Siliconindia.com. 12 May 2011. http://www.siliconindia.com/shownews/Sundar_Pichai_man_who_runs_Chrome_at_Google-nid-83441-cid-3.html। আহৰণ কৰা হৈছে: 15 November 2012. 
  4. 4.0 4.1 Cooper, Charles (13 March 2013). "Chrome head Sundar Pichai takes over Android". CNET. http://news.cnet.com/8301-1023_3-57574104-93/google-shakeup-chrome-head-sundar-pichai-takes-over-android/। আহৰণ কৰা হৈছে: 14 March 2013. 
  5. http://timesofindia.indiatimes.com/tech/tech-news/internet/Chennais-Sundar-Pichai-is-dark-horse/articleshow/29744299.cms
  6. "The rise and rise of Sundar Pichai". http://www.thehindu.com/sci-tech/technology/internet/the-rise-and-rise-of-sundar-pichai-new-ceo-of-google/article7525421.ece?homepage=true. 
  7. Siebel Scholars. Siebel Scholars. Retrieved on 23 August 2013.
  8. Cooper, Charles (13 March 2013). "Sundar Pichai:Seven prominent Indian-origin people in global IT world". CNET. http://economictimes.indiatimes.com/slideshows/people/seven-prominent-indian-origin-people-in-global-it-world/sundar-pichai/slideshow/24183228.cms। আহৰণ কৰা হৈছে: 14 March 2013. 
  9. </http://www.orientalgadgets.tk/2014/02/search-for-new-microsoft-ceo-chennais.html> </http://www.vccircle.com/news/technology/2014/10/26/man-chennai-who-has-become-de-facto-no2-google>
  10. "Official Google Blog: G is for Google". Official Google Blog. http://googleblog.blogspot.com/2015/08/google-alphabet.html. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]