সমললৈ যাওক

সুভাষিনী আলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুভাষিনী আলী

সুভাষিনী আলী, ২০১৯ চনত
লোকসভা
কাৰ্যকাল
১৯৮৯ – ১৯৯১
সমষ্টি কানপুৰ
পূৰ্বসূৰী নৰেশ চন্দ্ৰ চতুৰ্বেদী
উত্তৰসূৰী জগত সিং দ্ৰোণা
সভাপতি, সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থা
উত্তৰসূৰী জগমতী সংগৱান
ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ পলিটব্যুৰো, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০১৫
ব্যক্তিগত তথ্য
জন্ম
সুভাষিনী সেহগল

২৯ ডিচেম্বৰ, ১৯৪৭ (৭৭ বছৰ)
কানপুৰ, সংযুক্ত প্ৰদেশ, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
দাম্পত্যসঙ্গী মুজাফ্ফৰ আলী (বিচ্ছেদিত)
সমন্ধ অম্মু স্বামীনাথন (আইতা),প্ৰেম সেহগাল (পিতৃ), লক্ষ্মী সেহগাল (মাতৃ), মৃণালিনী সাৰাভাই (মাহী), মল্লিকা সাৰাভাই ( খুলশালীয়েক)
সন্তান ছাদ আলী

সুভাসিনী আলী (ইংৰাজী: Subhashini Ali; জন্ম: ২৯ ডিচেম্বৰ ১৯৪৭) এগৰাকী ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ এগৰাকী পলিট বুৰো সদস্য। সদৌ ভাৰত গণতান্ত্ৰিক মহিলা সন্থাৰ তেওঁ প্ৰাক্তন সভানেত্ৰী আৰু কাণপুৰৰ প্ৰাক্তন সাংসদ সদস্য।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

সুভাষিনী আলী ভাৰতীয় জাতীয় সেনাবাহিনীত সেৱা আগবঢ়োৱা কৰ্ণেল প্ৰেম সাহগল আৰু কেপ্তেইন লক্ষ্মী সাহগল (জন্ম ড° লক্ষ্মী স্বামীনাধন)[1] ৰ কন্যা৷ তেওঁ ডেৰাডুনৰ ৱেলহাম গাৰ্লছ স্কুলত পঢ়িছিল। পৰৱৰ্তী সময়ত তেওঁ মাদ্ৰাজৰ মহিলা খ্ৰীষ্টান মহাবিদ্যালয়ৰ পৰা[2] স্নাতক ডিগ্ৰী লাভ কৰে আৰু পিছলৈ কানপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেওঁ চলচ্চিত্ৰ নিৰ্মাতা মুজাফৰ আলীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়৷ তেওঁলোকৰ পুত্ৰ ছাদ আলী বহু জনপ্ৰিয় ছবি পৰিচালনাৰ বাবে পৰিচিত চলচ্চিত্ৰ নিৰ্মাতা।[4][5][6][7]

আলী এগৰাকী নাস্তিক[8] তেওঁ মৃণালিনী চাৰাভাই, বিজ্ঞানী বিক্ৰম সাৰাভাই, মল্লিকা চাৰাভাইৰ নিকটাত্মীয়।[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. LAXMI SAHGAL: THE DOCTOR WHO SOLDIERS ON Archived 11 November 2006 at the Wayback Machine the-south-Asian, October 2001.
  2. Fernandes, Vivek (2001-07-21). "The Subhashini Ali 5 Questions". rediff.com. http://www.rediff.com/entertai/2001/jul/21sub.htm। আহৰণ কৰা হৈছে: 2007-10-01. 
  3. "Crusader for the women's cause". The Hindu. 19 December 2002. https://www.thehindu.com/thehindu/mp/2002/12/19/stories/2002121900800100.htm। আহৰণ কৰা হৈছে: 14 July 2018. 
  4. "Finally, the director at home" (en ভাষাত). Hindustan Times. 2006-01-29. https://www.hindustantimes.com/india/finally-the-director-at-home/story-OM0cyk4pWU1N1Sv4iz3XxH.html। আহৰণ কৰা হৈছে: 2022-11-12. 
  5. "Shaad Ali ties the knot again - Times of India" (en ভাষাত). https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/shaad-ali-ties-the-knot-again/articleshow/17881882.cms. 
  6. "With OK Jaanu, Shaad Ali is remaking another Mani Ratnam film: Is OK Kanmani the best choice?" (en ভাষাত). Firstpost. 2016-12-14. https://www.firstpost.com/entertainment/with-ok-jaanu-shaad-ali-is-remaking-another-mani-ratnam-film-is-ok-kanmani-the-best-choice-3155734.html/amp। আহৰণ কৰা হৈছে: 2022-11-12. 
  7. Cotter, Holland (1999-07-18). "Rummana Hussain, 47, Indian Conceptual Artist" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/1999/07/18/nyregion/rummana-hussain-47-indian-conceptual-artist.html. 
  8. "The Rediff Interview/Subhasini Ali". Rediff.com. 8 Aug 2001. https://www.rediff.com/news/2001/aug/08inter.htm। আহৰণ কৰা হৈছে: 23 July 2024. "There are religions that have very rigid rules and there are others that don't. Religion is something that I, as a person, am not interested in. I have always been an atheist. My parents were atheists. It doesn't bother me if somebody is religious. My problem is when religion is used to institutionalise other things." 
  9. "Ali's Karat and family 'factors'". Telegraph India. 7 March 2014. https://www.telegraphindia.com/west-bengal/ali-s-karat-and-family-factors/cid/208963। আহৰণ কৰা হৈছে: 2022-11-12.