সমললৈ যাওক

সুমনা দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুমনা দাস গোৰাদিয়া
জন্ম সুমনা দাস
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৯–২০১৬
দাম্পত্যসঙ্গী সুমিত গোৰাদিয়া (বি. ২০১৪)

সুমনা দাস গোৰাদিয়া (ইংৰাজী: Sumana Das Goradia) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী। বেত্তাব দিল কী তামান্না হেঁইত শামলীৰ চৰিত্ৰত[1] অভিনয় কৰাৰ লগতে ডিজনী চেনেলৰ কিয়া মাষ্ট হেঁ লাইফ, ফিয়েৰ ফাইলছ: ডৰ কি সচ্ছি তচবিৰে[2] আদি ধাৰাবাহিকতো ৰিয়াৰ চৰিত্ৰত অভিনয় কৰিছে। সুমনা দাসৰ জন্ম হৈছিল অসমৰ ডিফুত। তেওঁৰ ডাঙৰ ভগ্নী মধুমিতা দাসো এগৰাকী দূৰদৰ্শন অভিনেত্ৰী। ২০১৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০১৩ চনৰ ৪ অক্টোবৰলৈকে লাইফ অ'কেত প্ৰচাৰিত হোৱা সাবিত্ৰী – এক প্ৰেম কাহানী নামৰ ভাৰতীয় কাল্পনিক নাটকৰ দূৰদৰ্শন ধাৰাবাহিকখনতো তেওঁ অভিনয় কৰিছে৷[3]

দূৰদৰ্শন

[সম্পাদনা কৰক]
বছৰ অনুষ্ঠান চৰিত্ৰ চেনেল টোকা
২০০৯–২০১০ ক্যা মষ্ট হে লাইফ ৰিয়া ডিজনী সহায়ক চৰিত্ৰ
বেত্তাব দিল কী তামান্না হেঁই শামলী ছনী টিভি মুখ্য চৰিত্ৰ
২০১০ আহত - ইছে দেখনা মনা হেঁ : খণ্ড ১ আৰু খণ্ড ২ নেইনা
বাইৰি প্ৰিয়া কাজৰি কালাৰ টিভি সহায়ক চৰিত্ৰ
চি.আই.ডি. - নেত্ৰহীন গবাহ খণ্ড ৬৫৩ ছনী টিভি
২০১১ নাচলে বে উইথ সৰোজ খান অতিথি শিল্পী এইডিটিভি ইমাজিন
2011–2012 কাহানী চন্দ্ৰকান্তা কি ডামিনী সাহাৰা ৱান সহায়ক চৰিত্ৰ
২০১২ ফিয়েৰ ফাইলছ: ডৰ কি সচ্ছি তচবিৰে খণ্ড ১১ জী টিভি
সাবধান ইণ্ডিয়া প্ৰতিমা (খণ্ড ২২) লাইফ অকে
২০১৩ সাবিত্ৰী – এক প্ৰেম কাহানী মিষ্ট্ৰি সহায়ক চৰিত্ৰ
ফিয়েৰ ফাইলছ: ডৰ কি সচ্ছি তচবিৰে খণ্ড ৯২ জী টিভি
২০১৪ য়ে হেঁ আছিকি ৰোহনৰ বায়েক বিন্দাছ


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]