সমললৈ যাওক

সুমন পোখৰেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুমন পোখৰেল
নেপালী কবি সুমন পোখৰেল
কবি সুমন পোখৰেল
জন্ম ২১ ছেপ্টেম্বৰ, ১৯৬৭ (৫৭ বছৰ)
বিৰাটনগৰ, নেপাল
পেচা কবি, গীতিকাৰ, নাট্যকাৰ, অনুবাদক, শিল্পী
ৰাষ্ট্ৰীয়তা নেপালী
মাতৃশিক্ষায়তন ত্ৰিভূবন বিশ্ববিদ্যালয়
উল্লেখনীয় কৰ্মৰাজি * "শূন্য মুটুকো ধঢকনভিত্ৰ"
  • "হাজাৰ আঁখা ই আঁখামা"
  • "জীৱনকো ছেউবাট"
  • "য়াজ্ঞসেনী"
উল্লেখযোগ্য বঁটা * সাৰ্ক সাহিত্য পুৰস্কাৰ (২০১৩)
  • সাৰ্ক সাহিত্য পুৰস্কাৰ (২০১৫)
  • শালুক আন্তঃৰাষ্ট্ৰীয় সাহিত্য পুৰস্কাৰ (২০২৩)
  • এছিয়াৰ অনুপ্ৰেৰক কবিৰ পুৰস্কাৰ (২০২৩)
দাম্পত্যসংগী গোমা ঢুঙেল পোখৰেল
সন্তান ওজস্ৱী পোখৰেল, অজেশ পোখৰেল
পিতৃ-মাতৃ মুকুন্দপ্ৰসাদ পোখৰেল (পিতা), ভক্তাদেৱী পোখৰেল (মাতা)

সুমন পোখৰেল (নেপালী: सुमन पोखरेल; জন্ম ২১ ছেপ্টেম্বৰ ১৯৬৭) এজন নেপালী কবি, গীতিকাৰ, নাট্যকাৰ, অনুবাদক আৰু শিল্পী। নেপাল আৰু ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ে তেওঁৰ কবিতা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে।[1][2][3]

পোখৰেল হৈছে একমাত্ৰ সাহিত্যিক যিজনে দুবাৰ সাৰ্ক সাহিত্য পুৰস্কাৰ লাভ কৰিছে। তেওঁ এই পুৰস্কাৰ ২০১৩ আৰু ২০১৫ চনত লাভ কৰিছিল। তেখেতে শালুক আন্তঃৰাষ্ট্ৰীয় সাহিত্য পুৰস্কাৰ আৰু এছিয়াৰ অনুপ্ৰেৰক কবিৰ পুৰস্কাৰসহ বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সাহিত্য পুৰস্কাৰে সন্মানিত।[4][1][2][5][6]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Art of Being Human, An Anthology of International Poetry – Volume 9 p.144, 145, Canada Editors- Daniela Voicu & Brian Wrixon, আই.এচ.বি.এন. 9781927682777
  2. 2.0 2.1 Ghimire, Madhav (26 May 2018). "फ्रान्सेली पाखुरामा नेपाली कविता". kantipurdaily.com. https://www.kantipurdaily.com/koseli/2018/05/26/152730500228431183.html। আহৰণ কৰা হৈছে: 2018-07-06. 
  3. "Suman Pokhrel". Geni.com. https://www.geni.com/people/Suman-Pokhrel/6000000013356238446। আহৰণ কৰা হৈছে: 2025-04-26. 
  4. Tripathee, Geeta (December 2021), "'बर्सात्‌मा बुद्धको मूर्ति सामु' कवितामा शिल्प र सौन्दर्य" (ne ভাষাত), Journal of Fine Arts Campus (Kathmandu: Fine Arts Campus) খণ্ড 3 (1): 50–55, doi:10.3126/jfac.v3i1.42519, ISSN 2795-1774 
  5. প্ৰভা সংবাদদাতা (10 March 2023). "শালুক সাহিত্য পুৰস্কাৰ লাভ কৰিলে তিনিখন দেশৰ কথাসাহিত্যিক আৰু কবি" (bn ভাষাত). প্ৰকাশক Dhaka. https://protidinerbangladesh.com/art-culture/30093. 
  6. "Suman Pokhrel has Bagged Asia's Inspiring Poet Award". প্ৰকাশক Trichy. 22 October 2023. https://www.asiaawards.org/news/suman-pokhrel-has-bagged-asia's-inspiring-poet-award.