সুমা সুধিন্দ্ৰ
অৱয়ব
সুমা সুধিন্দ্ৰ | |
---|---|
জন্ম | ভাৰত |
মূল | কৰ্ণাটক |
সংগীতৰ প্ৰকাৰ | কৰ্ণাটকী সংগীত |
পেচা | সংগীতজ্ঞ (সৰস্বতী বীণা বাদন) |
বাদ্যযন্ত্ৰ | সৰস্বতী বীণা |
ৱেবছাইট | www |
সুমা সুধিন্দ্ৰ (ইংৰাজী: Suma Sudhindra ) এগৰাকী শাস্ত্ৰীয় সংগীতজ্ঞ আৰু কৰ্ণাটকী সংগীত ধাৰাৰ বীণা বাদক। ২০০১ চনত তেওঁ কৰ্ণাটকৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ৰাজ্যোৎসৱ বঁটা লাভ কৰে। তেওঁ বাংগালুৰুত বাস কৰে। তেওঁৰ স্বামী এগৰাকী দন্ত চিকিৎসক আৰু তেওঁলোকৰ দুগৰাকী কন্যা আছে।[1] সুমা এগৰাকী চৌখিন বনছাই সংগ্ৰাহক।[2]
তেওঁ চিত্তীবাবু শৈলীৰ বীণাৰ মধুৰ ধ্বনিৰ বাবে জনাজাত। আমেৰিকা, যুক্তৰাজ্য, ছিংগাপুৰ আৰু মালয়েছিয়াত বহুতো সংগীতানুষ্ঠান পৰিবেশন কৰিছে। তেওঁ বহু বছৰ জুৰি বীণা সমূহৰো নেতৃত্বও দিছে।[3] ইয়াৰোপৰি ডাচ জাজ গ্ৰুপ স্পিনিফেক্সৰ সৈতে তেওঁ বহুতো ফিউজন পৰিবেশন কৰিছে।[4]
সন্মান
[সম্পাদনা কৰক]- ২০০১: কৰ্ণাটক ৰাজ্যোৎসৱ বঁটা[5]
- ২০১৭: বীণা বাদনত (কৰ্ণাটকী সংগীত) সংগীত নাটক একাডেমী বঁটা।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Chandaraju, Aruna (30 May 2009). "Fusion is not just mere confusion". Deccan Herald. http://www.deccanherald.com/content/5139/fusion-not-just-mere-confusion.html। আহৰণ কৰা হৈছে: 17 March 2015.
- ↑ "Small is beautiful". Deccan Herald. 25 January 2013. http://www.deccanherald.com/content/307425/small-beautiful.html। আহৰণ কৰা হৈছে: 17 March 2015.
- ↑ Ramkumar, Madhavi (10 October 2013). "Synchronised strings". প্ৰকাশক Bangalore. http://www.thehindu.com/features/friday-review/music/synchronised-strings/article5220948.ece। আহৰণ কৰা হৈছে: 17 March 2015.
- ↑ Mazumdar, Subhra (4 March 2012). "A different melody altogether". Deccan Herald. http://www.deccanherald.com/content/231792/a-different-melody-altogether.html। আহৰণ কৰা হৈছে: 17 March 2015.
- ↑ "Rajyotsava awards for ace barber, IAS topper". The Times of India. প্ৰকাশক Bangalore. 30 Oct 2001. http://timesofindia.indiatimes.com/city/bengaluru/Rajyotsava-awards-for-ace-barber-IAS-topper/articleshow/559537427.cms। আহৰণ কৰা হৈছে: 17 March 2015.