সমললৈ যাওক

সুলক্ষণা নাইক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুলক্ষণা নাইক
{{{imagealt}}}
২০১২ চনত সুলক্ষণা নাইক
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম সুলক্ষণা নাইক
জন্ম ১০ নৱেম্বৰ, ১৯৭৮ (৪৭ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
বেটিং শৈলী সোঁহতীয়া
ভূমিকা উইকেট কীপাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
টেষ্ট অভিষেক (কেপ ৬০) ১৪ আগষ্ট ২০০২ বনাম ইংলেণ্ড
অন্তিম টেষ্ট ২৯ আগষ্ট ২০০৬ বনাম ইংলেণ্ড
অ'ডিআই অভিষেক (কেপ ৬৬) ১০ জুলাই ২০০২ বনাম ইংলেণ্ড
অন্তিম অ'ডিআই ২১ মাৰ্চ ২০০৯ v অষ্ট্ৰেলিয়া
আন্তৰ্জাতিক টি২০ অভিষেক (কেপ ) ৫ আগষ্ট ২০০৬ v ইংলেণ্ড
অন্তিম আন্তৰ্জাতিক টি২০ ৩১ অক্টোবৰ ২০১২ বনাম পাকিস্তান
ঘৰুৱা দলৰ তথ্য
বছৰ দল
২০০০/০১ মুম্বাই
২০০১/০২–২০১২/১৩ ৰে’লৱে
2013/14–2016/17 মুম্বাই
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা WTest WODI WT20I WLA
মুঠ খেল 2 46 31 173
ৰাণ 62 574 384 3,451
বেটিং গড় 20.66 15.51 14.76 24.65
শতক/অৰ্ধশতক 0/0 0/2 0/1 4/16
সৰ্বোচ্চ ৰাণ 25 79* 59 161*
কেচ্চ/ষ্টাম্পিং 1/2 28/32 10/21 129/103
উৎস: https://cricketarchive.com/Archive/Players/10/10623/10623.html CricketArchive, 22 August 2022

সুলক্ষণা নাইক (ইংৰাজী: Sulakshana Naik ; জন্ম: ১০ নৱেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ। তেওঁ উইকেট কীপাৰ আৰু সোঁহতীয়া বেটছমেন হিচাপে খেলিছিল। ২০০২ চনৰ পৰা ২০১৩ চনলৈকে ভাৰতৰ হৈ দুখন টেষ্ট মেচ, ৪৬ খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু ৩১ খন টি-২০ ইণ্টাৰনেশ্যনেলত অংশগ্ৰহণ কৰিছিল। মুম্বাই আৰু ৰেলৱেৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল।[1][2]

২০২০ চনৰ জানুৱাৰী মাহত তেওঁক বিচিচিআইৰ ক্ৰিকেট পৰামৰ্শদাতা সমিতিৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Player Profile: Sulakshana Naik". ESPNcricinfo. https://www.espncricinfo.com/player/sulakshana-naik-54016 আহৰণ কৰা হৈছে: 22 August 2022.
  2. "Player Profile: Sulakshana Naik". CricketArchive. https://cricketarchive.com/Archive/Players/10/10623/10623.html আহৰণ কৰা হৈছে: 22 August 2022.
  3. "BCCI announces appointment of CAC members". BCCI. 31 January 2020. https://www.bcci.tv/articles/2020/news/145370/bcci-announces-appointment-of-cac-members আহৰণ কৰা হৈছে: 22 August 2022.