সুশান্ত বৰগোহাঁই
অৱয়ব
| সাময়িক সংশোধনৰ প্ৰয়োজন। এই প্ৰবন্ধৰ বিষয়বস্তু এনে ধৰণৰ যে সময়ৰ সৈতে তথ্য সলনি হ'ব পাৰে। কাৰণ: জীৱিত ব্যক্তি। বৰ্তমানে উপলব্ধ তথ্যৰ সত্যাসত্য ২০২৫ চনৰ জানুৱাৰী মাহৰ ২১ তাৰিখে পৰীক্ষা কৰা হৈছিল। |
সুশান্ত বৰগোহাঁই | |
|---|---|
| অসম বিধানসভাৰ সদস্য | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ২ নবেম্বৰ ২০২১ | |
| পূৰ্বসূৰী | কুশল দেউৰী |
| সমষ্টি | থোৱাৰা সমষ্টি |
| অসম বিধানসভাৰ সদস্য | |
| কাৰ্যকাল ২০১১ – ২০১৬ | |
| পূৰ্বসূৰী | কুশল দেউৰী |
| উত্তৰসূৰী | কুশল দেউৰী |
| সমষ্টি | থোৱাৰা সমষ্টি |
| ব্যক্তিগত তথ্য | |
| জন্ম | ২৭ এপ্ৰিল শিৱসাগৰ |
| ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
| আন ৰাজনৈতিক সম্পৰ্ক |
ভাৰতীয় জাতিয় কংগ্ৰেছ |
| দাম্পত্যসঙ্গী | অংকিতা চাংমাই |
| বাসস্থান | ডিমৌ, অসম |
| শিক্ষা | বিএ. |
| শিক্ষানুষ্ঠান | ভিকেভি ডিগবৈ; ত্ৰিবেণী একাডেমী (উচ্চতৰ মাধ্যমিক),তামিলনাডু; নন্দলাল বৰগোহাঁই চিটি কলেজ (বিএ); দিল্লী বিশ্ববিদ্যালয় |
| জীৱিকা | ব্যৱসায়ী |
সুশান্ত বৰগোহাঁই (ইংৰাজী: Sushanta borgohain; ২৭ এপ্ৰিল ১৯৭৪) অসমৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। লগতে তেওঁ এজন বাইক আৰোহীও।
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]বৰগোহাঁইৰ জন্ম হৈছিল শিৱসাগৰত। ডিগবৈৰ ভি কে ভিত স্কুলীয়া শিক্ষা সাং কৰি পৰৱৰ্তী সময়ত তামিলনাডুৰ ত্ৰিবেনী একাডেমীৰ পৰা হাইস্কুলত উত্তীৰ্ণ হয়।
কেৰিয়াৰ
[সম্পাদনা কৰক]তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত শিৱসাগৰ জিলাৰ থোৱাৰাৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। [1] [2] ইয়াৰ পূৰ্বে তেওঁ ২০১১ চনৰ পৰা ২০১৬ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল [3] [4] ২০২১ চনৰ জুন মাহত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অভ্যন্তৰীণ মতানৈক্যৰ বাবে পদত্যাগ কৰে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। [5]
তথ্যসূত্ৰসমূহ
[সম্পাদনা কৰক]- ↑ "Sushanta Borgohain :Constituency- THOWRA(SIVASAGAR) - Affidavit Information of Candidate". myneta.info. https://myneta.info/Assam2021/candidate.php?candidate_id=56। আহৰণ কৰা হৈছে: 2021-06-20.
- ↑ "Sushanta Borgohain | Assam Assembly Election Results Live, Candidates News, Videos, Photos". News18. https://www.news18.com/assembly-elections-2021/assam/sushanta-borgohain-thowra-candidate-s03a107c002/। আহৰণ কৰা হৈছে: 2021-06-20.
- ↑ "Assam Legislative Assembly - Member". assamassembly.gov.in. http://assamassembly.gov.in/sushanta-borgohain-2011.html। আহৰণ কৰা হৈছে: 2021-06-20.
- ↑ "🗳️ Sushanta Borgohain, Thowra Assembly Elections 2011 LIVE Results | Election Dates, Exit Polls, Leading Candidates & Parties | Latest News, Articles & Statistics | LatestLY.com" (en ভাষাত). LatestLY. Archived from the original on 2021-06-24. https://web.archive.org/web/20210624204242/https://www.latestly.com/elections/assembly-elections/assam/2011/thowra/sushanta-borgohain/। আহৰণ কৰা হৈছে: 2021-06-20.
- ↑ "Former Congress MLA Rupjyoti Kurmi joins BJP". Indian Express. August 2021. https://indianexpress.com/article/north-east-india/assam/assam-congress-mla-sushanta-borgohain-joins-bjp-7433552/। আহৰণ কৰা হৈছে: 2021-08-16.