সুষমা দাস
অৱয়ব
সুষমা দাস | |
---|---|
![]() ২০১৭ চনত সুষমা দাস | |
জন্ম | ১ মে', ১৯৩০ (৯৫ বছৰ) পুতকা, ছুল্লাহ, সুনামগঞ্জ, বৃহত্তৰ ছিলেট, অসম প্ৰদেশ, বিট্ৰিছ ভাৰত |
ৰাষ্ট্ৰীয়তা | বিট্ৰিছ ভাৰতীয় (১৯৩০–১৯৪৭) পাকিস্তানী (১৯৪৭–১৯৭১) বাংলাদেশী (১৯৭১–) |
আত্মীয়-স্বজন | ৰামকানাই দাস (ভাতৃ) |
সুষমা দাস (ইংৰাজী: Shushama Das; জন্ম: ১ মে' ১৯৩০) এগৰাকী বাংলাদেশী লোক-গায়িকা।[1] বাংলাদেশৰ সংগীত জগতলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০১৭ চনত বাংলাদেশ চৰকাৰে তেওঁক একুশ্বে পদক (Ekushey Padak) প্ৰদান কৰে।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৩০ চনৰ ১ মে'ত বিট্ৰিছ ভাৰতৰ অন্তৰ্গত অসম প্ৰদেশৰ ছিলেট বিভাগৰ সুনামগঞ্জ জিলাৰ ডিৰাই উপজিলাৰ ছুল্লাহ থানাৰ পুতকা গাঁৱত সুষমা দাসৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম ৰসিকলাল দাস আৰু মাতৃৰ নাম দিব্যময়ী দাস। ১৯৪৬ চনত প্ৰাণনাথ দাসৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়।[1] বাংলাদেশৰ সংগীত জগতলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০১৭ চনত বাংলাদেশ চৰকাৰে তেওঁক একুশ্বে পদক (Ekushey Padak) প্ৰদান কৰে। তেওঁৰ সৰু ভাতৃ ৰামকানাই দাসো এজন একুশ্বে পদক বিজয়ী সংগীতজ্ঞ।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "আৰ্কাইভ কপি" (bn ভাষাত). sunamkantha.com. February 14, 2017. Archived from the original on February 15, 2017. https://web.archive.org/web/20170215121458/http://sunamkantha.com/2017/02/14/%E0%A6%8F%E0%A6%95%E0%A7%81%E0%A6%B6%E0%A7%87-%E0%A6%AA%E0%A6%A6%E0%A6%95-%E0%A6%AA%E0%A6%BE%E0%A6%9A%E0%A7%8D%E0%A6%9B%E0%A7%87%E0%A6%A8-%E0%A6%B8%E0%A7%81%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A6%97/। আহৰণ কৰা হৈছে: February 14, 2017.
- ↑ "17 named for Ekushey Padak 2017". The Daily Star. February 12, 2017. http://www.thedailystar.net/country/17-named-ekushey-padak-2017-1360108। আহৰণ কৰা হৈছে: February 14, 2017.
- ↑ (bn ভাষাত)beanibazarnews24.com. http://www.beanibazarnews24.com/সিলেটেৰ-নব্বই-বছৰেৰ-সুষম/। আহৰণ কৰা হৈছে: February 14, 2017.[সংযোগবিহীন উৎস]