সুৰেশ শৰ্মা
অৱয়ব
| সুৰেশ শৰ্মা | |
|---|---|
| জন্ম | অসম |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
সুৰেশ শৰ্মা (ইংৰাজী: Suresh Sharma) হৈছে অসমৰ এগৰাকী লেখক, সাহিত্যিক আৰু কবি।
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]১৯৫৫ চনৰ ৫ জুলাই তাৰিখে গোৱালপাৰা জিলাৰ দৰংগিৰি অঞ্চলত সুৰেশ শৰ্মাৰ জন্ম হয়।[1]
সাহিত্যৰাজি
[সম্পাদনা কৰক]তেওঁ দুখন ইংৰাজী পুথি অসমীয়ালৈ অনুবাদ কৰিছিল।[2]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]তেওঁ ২০১১ চন ত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[3]