সূৰুযমুখীৰ স্বপ্ন
সূৰুযমুখীৰ স্বপ্ন | |
---|---|
![]() গ্ৰন্থখনৰ বেটুপাত | |
লেখক | চৈয়দ আব্দুল মালিক |
দেশ | ভাৰত![]() |
ভাষা | অসমীয়া |
প্ৰকাৰ | সামাজিক উপন্যাস |
প্ৰকাশ | ১৯৬০ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
সূৰুযমুখীৰ স্বপ্ন উপন্যাসখনৰ ঔপন্যাসিক হৈছে চৈয়দ আব্দুল মালিক।[1][2][3] অসমীয়া সাহিত্যৰ এখন জনপ্ৰিয় উপন্যাস হিচাপে এই উপন্যাসখনৰ গুৰুত্ব আছে। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৯৫ চনত।
লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]
প্ৰধান প্ৰবন্ধ: চৈয়দ আব্দুল মালিক
চৈয়দ আব্দুল মালিক (১৯১৯-২০০০) অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি। তেওঁ ২৫ খনৰো অধিক গল্প সংকলন, ৫০ খনতকৈ অধিক উপন্যাস, পাঁচখন কবিতা সংকলন, তিনিখন শিশু সাহিত্য আৰু ২০খন মঞ্চ অনাতাঁৰ নাট আৰু অলেখ প্ৰবন্ধ ৰচনা কৰিছিল। তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি হয়। তেওঁ "অঘৰী আত্মাৰ কাহিনী" উপন্যাসৰ বাবে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ উপৰিও ১৯৯২ চনত অসম উপত্যকা বঁটা, ১৯৯৯ চনত শংকৰদেৱ বঁটা আৰু পদ্মশ্ৰী, পদ্মভূষণ সন্মান লাভ কৰে।
চৰিত্ৰসমূহ[সম্পাদনা কৰক]
গুলচ, চেনিমাই, ডালিম, কপাহী, চন্দ্ৰ, তৰা, ভীম আদি।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "অসম সাহিত্য সভাৰ উদ্যোগত মাৰাঠীলৈ অনুবাদ হ’ব ৫খন অসমীয়া গ্ৰন্থ". এন ই নাও নিউজ. 2 April 2018. https://assam.nenow.in/%e0%a6%85%e0%a6%b8%e0%a6%ae-%e0%a6%b8%e0%a6%be%e0%a6%b9%e0%a6%bf%e0%a6%a4%e0%a7%8d%e0%a6%af-%e0%a6%b8%e0%a6%ad%e0%a6%be%e0%a7%b0-%e0%a6%89%e0%a6%a6%e0%a7%8d%e0%a6%af%e0%a7%8b%e0%a6%97%e0%a6%a4/। আহৰণ কৰা হৈছে: 15 August 2019.
- ↑ দীনেশ বৈশ্য. "নাহৰণিৰ সম্ৰাটজন". http://monikut.com/2020/04/naharanir-samratjan-dr-dinesh-baishya/amp/। আহৰণ কৰা হৈছে: 27 October 2020.
- ↑ ড॰ ধ্ৰুৱজ্যোতি নাথ. "চৈয়দ আব্দুল মালিকৰ ‘প্ৰেম অমৃতৰ নদী’ উপন্যাসত প্ৰকৃতি চিত্ৰণ বিস্তাৰিত: https://nilacharai.com/sayed-abdul-malik-upanyas-prema-amritara-nodi-prakriti-chitran/". https://nilacharai.com/sayed-abdul-malik-upanyas-prema-amritara-nodi-prakriti-chitran/। আহৰণ কৰা হৈছে: 27 October 2020.