সৃজনগ্ৰাম বিধানসভা সমষ্টি
অৱয়ব
| সমষ্টি নং- ১৭ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| জিলা | বঙাইগাঁও |
| লোকসভা সমষ্টি | ধুবুৰী |
| প্ৰতিস্থা | ২০২৩ |
| সংৰক্ষণ | নাই |
সৃজনগ্ৰাম বিধানসভা সমষ্টি[1] ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ অসম বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত এখন। এই সমষ্টিখন ২০২৩ চনত নতুনকৈ গঠন কৰা হয়।