সোণাপুৰ মহাবিদ্যালয়
অৱয়ব
| সোণাপুৰ মহাবিদ্যালয় | |
|---|---|
| স্থাপিত | ১৯৯১ |
| ধৰণ | ৰাজহুৱা |
| স্থান | সোণাপুৰ, কামৰূপ, অসম, ভাৰত |
| ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
| ৱেবছাইট | www |
সোণাপুৰ মহাবিদ্যালয় (ইংৰাজী: Sonapur College) হৈছে ১৯৯১ চনত স্থাপিত অসমৰ কামৰূপ জিলাৰ সোণাপুৰত অৱস্থিত স্নাতক মহলাৰ এখন সাধাৰণ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1] এই মহাবিদ্যালয়খনে কলা, বাণিজ্য আৰু বৃত্তিমূলক শিক্ষাৰ স্নাতক ডিগ্ৰীৰ বিভিন্ন পাঠ্যক্ৰম আগবঢ়ায়।