সদস্য:Ishanjyotibora/সোণালী আপেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সোণালী আপেলৰ পৰা পুনঃনিৰ্দেশিত)


সোণালী আপেল(ইংৰাজী: Golden Apple) হৈছে বিভিন্ন জনগোষ্ঠীয় লোককথা বা সাধুকথাত সততে দেখা দিয়া এক উপাদান। পুনৰাবৃত্তিমূলক বিষয়বস্তুসমূহত এজন দানৱসদৃশ বিৰোধীয়ে লুকুৱাই ৰখা বা চুৰি কৰা সোণালী আপেলবোৰ এজন নায়কে (উদাহৰণস্বৰূপে: হাৰকিউলিছ বা Făt-Frumos) উদ্ধাৰ কৰা দেখা যায়৷ আয়াৰলেণ্ডৰ পৌৰাণিক কাহিনীত অদাৰৱৰ্ল্ডৰ ছিলভাৰ ব্ৰাঞ্চতো সোণৰ আপেল দেখা যায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]