সোহনী মহিৱাল (১৯৮৪ চলচ্চিত্ৰ)
অৱয়ব
| সোহনী মহিৱাল | |
|---|---|
![]() পোষ্টাৰ | |
| পৰিচালক | উমেশ মেহৰা লতিফ ফাইজিয়েভ |
| চিত্ৰনাট্য | শান্তি প্ৰকাশ বক্ষী জাভেদ চিদ্দিকী |
| ভিত্তি | সোহনী মহিৱাল |
| প্ৰযোজক | এফ চি মেহৰা |
| অভিনয়ত | চানী দেওল পুণম ধীলন জীনত আমান তনুজা প্ৰাণ |
| চিত্ৰগ্ৰহণকাৰী | এচ পাপ্পু |
| সম্পাদনা | এম এচ সিন্দে |
| সংগীত পৰিচালক | অনু মালিক আনন্দ বক্ষী (গীত) |
| পৰিবেশক | ঈগল ফিল্মছ উজবেক ফিল্মছ ছোভিন ফিল্ম |
মুক্তি |
২৯ জুন ১৯৮৪ (India) ডিচেম্বৰ ১৯৮৪ (Russia) |
দৈৰ্ঘ্য |
১৪২ মিনিট |
| দেশসমূহ | ভাৰত ৰুচিয়া |
| ভাষাসমূহ | হিন্দী ৰুচিয়ান |
| সৰ্বমুঠ আয় | ₹৭.২০ কোটি (১.০১ মিলিয়ন ডলাৰ)[1] |
সোহনী মহিৱাল (ইংৰাজী: Sohni Mahiwal; হিন্দী: सोनी महिवाल) একে নামৰ পাঞ্জাবী লোক ট্ৰেজেডীৰ আধাৰত, ১৯৮৪ চনত নিৰ্মিত এখন ইণ্ডো-ৰুছী ঐতিহাসিক ৰোমাঞ্চ নাট্যধৰ্মী ছবি। পৰিচালক উমেশ মেহৰা আৰু লতিফ ফাইজিয়েভ (ৰাছিয়া)। প্ৰযোজনা কৰিছে এফ চি মেহৰাই। গুৰুত্বপূ্ৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ছানি দেউল, পুনম ধীলন আৰু জীনত আমানে ।[2] ছবিখনৰ লেখক আছিল শান্তি প্ৰকাশ বক্ষী আৰু জাভেদ ছিদ্দিকী। সংগীত ৰচনা কৰিছিল অনু মালিকে। কৰিঅ’গ্ৰাফাৰ পি এল ৰাজ। ছবিখনে ৩.২ কোটি টকা সংগ্ৰহ কৰি ব্যৱসায়িকভাৱে সফলতা লাভ কৰে।[1]
বঁটা
[সম্পাদনা কৰক]৩২তম ফিল্মফেয়াৰ বঁটা:[3] জয়ী
- শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী – অনুৰাধা দেশপাণ্ডে ("সোনী চিনাব দি "ৰ বাবে)
- শ্ৰেষ্ঠ সম্পাদনা- এম এত সিন্দে
- শ্ৰেষ্ঠ চাউণ্ড ডিজাইন- ব্ৰহ্মানন্দ শৰ্মা
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Unknown". https://boxofficeindiarecords.com/2016/09/sunny-deol-actor-filmography.html?m=1.[সংযোগবিহীন উৎস]
- ↑ "Sohni Mahiwal Movie Overview". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/540400। আহৰণ কৰা হৈছে: 2 August 2012.
- ↑ "All Filmfare Awards Winners". https://www.filmfare.com/awards/filmfare-awards/winners.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- সোহনী মহিৱাল (১৯৮৪ চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
