সৌৰভ দাস
| সৌৰভ দাস | |
|---|---|
২০১৪ চনত এটি সাক্ষাৎকাৰত সৌৰভ | |
| জন্ম | ২১ জানুৱাৰী, ১৯৮৯ (৩৭ বছৰ) কলকাতা, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষানুষ্ঠান | চাউথ পয়েণ্ট স্কুল |
| পেচা | অভিনেতা |
| সক্ৰিয় হৈ থকা সময় | ২০০০ - বৰ্তমান |
| ৰাজনৈতিক দল | সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ[1] |
| দাম্পত্যসঙ্গী | দৰ্শনা বণিক (বি. ২০২৩) |
সৌৰভ দাস (ইংৰাজী: Sourav Das; জন্ম: ২১ জানুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেতা, উপস্থাপক, কৌতুক অভিনেতা, আৰু থিয়েটাৰ পৰিচালক।[2][3][4] ‘বয়েই গেল’ নামৰ টিভি ধাৰাবাহিক এখনত অভিনয়েৰে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। তেওঁ দম দম দীঘা দীঘা, বলো দুগ্গা মাঈকী (২০১৭) আৰু ৱেব ছিৰিজ "মণ্টু পাইলট", "চৰিত্ৰহীন" আৰু "ৰহস্য ৰোমাঞ্চ - চিজন ৩"-ত তেওঁৰ অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৮৯ চনৰ ২১ জানুৱাৰী তাৰিখে ভাৰতৰ পশ্চিমবঙ্গত এটি হিন্দু পৰিয়ালত সৌৰভ দাসে জন্মগ্ৰহণ কৰে।[5] তেওঁ কলকাতাৰ চাউথ পয়েণ্ট স্কুলৰপৰা স্কুলীয়া শিক্ষা লাভ কৰিছিল। তেওঁৰ মাক ৰবীন্দ্ৰভাৰতীৰ গানৰ ছাত্ৰী হোৱাত তেওঁৰো সংগীতশিল্পী হোৱাৰ ইচ্ছা আছিল। তেওঁ ছাত্ৰাৱস্থাতেই বেণ্ড এটিও খুলিছিল।[5] তাৰপাছত থিয়েটাৰৰফালে আকৃষ্ট হয়। ২০২১ চনত তেওঁ আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগ দিয়ে।[6][7][8]
তেওঁ ২০২৩ চনৰ ১৫ ডিচেম্বৰ তাৰিখে অভিনেত্ৰী দৰ্শনা বণিকৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হয়।[9][10]
কৰ্মজীৱন
[সম্পাদনা কৰক]সৌৰভে বয়েই গেলো নামৰ জী বাংলাৰ টিভি ধাৰাবাহিকখনত অভিনয়েৰে তেওঁৰ অভিনয় জীৱন আৰম্ভ কৰিছিল।[6] ইয়াত তেওঁ ধাৰাবাহিকৰ নায়ক অৰ্জুনৰ খুড়াকৰ পুতেক বীৰসা বসাকৰ চৰিত্ৰত অভিনয় কৰিছিল। পৰিচালক ওনিৰৰদ্বাৰা ৰচিত-পৰিচালিত কুছ ভিগে আলফাজ্জ ছবিখনত অভিনয়েৰে বলিউড চলচ্চিত্ৰত তেওঁৰ আত্মপ্ৰকাশ ঘটে।[2] তেওঁ অঞ্জন দত্ত, অৰিন্দম শীল, বিৰসা দাশগুপ্ত, কমলেশ্বৰ মুখোপাধ্যায় আৰু ৰাজ চক্ৰবৰ্তীৰ দৰে প্ৰশংসিত বঙালী চলচ্চিত্ৰ পৰিচালকসকলৰ লগত কাম কৰিছে। চোৰে চোৰে মাসতুতো ভাই নামৰ জী বাংলা চিনেমাৰ মৌলিক চলচ্চিত্ৰ এখনত নেপথ্য গায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিল।
চলচ্চিত্ৰপুঞ্জী
[সম্পাদনা কৰক]ৱেব আৰু টিভি ধাৰাবাহিক
[সম্পাদনা কৰক]| বৰ্ষ | শিৰোনাম | চৰিত্ৰ | পৰিচালক | টোকা |
|---|---|---|---|---|
| ২০০০ | উত্তৰা | ম্যাথু | বুদ্ধদেৱ দাসগুপ্ত | |
| ২০০৭ | আমি, ইয়াসিন আৰ আমাৰ মধুবালা | বুদ্ধদেৱ দাশগুপ্ত | ||
| ২০১২ | কাহিনী | টিভি দৰ্শক | সুজয় ঘোষ | |
| ২০১৫ | আশিকী | অশোক পতি | ||
| ২০১৬ | গেংষ্টাৰ | গুটি | বিৰসা দাশগুপ্ত | [11] |
| ২০১৭ | বলো দুগ্গা মাঈকী | বাঙাল | ৰাজ চক্ৰৱৰ্তী | |
| ২০১৮ | কুছ ভেগে আলফাজ | ওনিৰ | হিন্দী চলচ্চিত্ৰত অভিষেক | |
| ক খ গ ঘ | কৃষ্ণেন্দু চট্টোপাধ্যায় | |||
| ডেইৰি নং ১০২ | সুশোভন পল | সংক্ষিপ্ত চলচ্চিত্ৰ | ||
| ৰি ইউনিয়ন | অভি | মুৰাৰি মোহন ৰক্ষিত | ||
| ৩ কাপ চা | পথিকৃৎ বসু, দেবলয় ভট্টাচাৰ্য, মৈনাক ভৌমিক | হইচই ওয়েব চলচ্চিত্ৰ | ||
| ২০১৯ | ফাইনেলী ভালোবাসা | অঞ্জন দত্ত | ||
| ৰং নাম্বাৰ | জয় | শুভেন্দু পণ্ডিত | ||
| কে তুমি নন্দিনী | ৰাজা দা | পথিকৃৎ বসু | ||
| ফেলুনাথেৰ মাৰ্কশ্বিট | সিধু | ৰাজদীপ ঘোষ | টিভি চলচ্চিত্ৰ | |
| আড্ডা | সত্যজিৎ | দেবায়ুষ চৌধুৰী | ||
| ভালোবাসাৰ শহৰ | অভিজিৎ গুহ, সুদেষ্ণা ৰায়, নন্দিনী কুণ্ডু | টিভি মুভি | ||
| পাসওয়াৰ্ড | কমলেশ্বৰ মুখোপাধ্যায় | ক্যামিও | ||
| ঘুণ | জয় | শুভ্ৰ ৰায় | ||
| হে ভগবন | মদন | ৰাজদীপ ঘোষ | ||
| ২০২০ | কড়াপাক | দেব | সৌৰদীপ ব্যানাৰ্জি | |
| তিন বিন্দু | জয়দীপ ৰাউথ, সৌমোজিৎ আদক | সংক্ষিপ্ত চলচ্চিত্ৰ | ||
| চিনি | মৈনাক ভৌমিক | |||
| ২০২১ | প্ৰতিদ্বন্দ্বী | সিদ্ধাৰ্থ | সপ্তস্বা বসু | |
| নকশাল | অৰিত্ৰ বেনাৰ্জী | সংক্ষিপ্ত চলচ্চিত্ৰ | ||
| ক্যানভাস | ৰূপক | সৌমোজিৎ আদক | ||
| অল্প হ’লেও সত্যি | অৰ্জুন | সৌমোজিৎ আদক | ||
| ২০২২ | ৰিষ | আবিৰ | প্ৰীতম মুখোপাধ্যায় | |
| মিটাৰ ডাউন | কিংসুক সৰখেল | |||
| কলকাতা চলন্তিকা | পাভেল | |||
| বিষাক্ত মানুষ | অগ্নিভা | সানি ৰে | ||
| কৰ্ণসুবৰ্ণেৰ গুপ্তধন | ভুজঙ্গা | ধ্ৰুব ব্যানাৰ্জী | ||
| ইকিৰ মিকিৰ | ইন্সপেক্টৰ বসু | ৰাতুল মুখাৰ্জি | ||
| ২০২৩ | আবাৰ বিবাহ অভিযান | মাইকেল | সৌমিক হালদাৰ | |
| পিকাসো | বিক্ৰম সেন | ৰাজা চন্দ | ||
| ২০২৪ | ইস্কাবন | মন্দিপ সাহা | উৎপাদন পৰৱৰ্তী | |
| মীৰ জাফৰ চ্যাপ্টাৰ ২ | জাফৰ | অৰ্কদীপ নাথ | উৎপাদন পৰৱৰ্তী [12] |
চলচ্চিত্ৰ
[সম্পাদনা কৰক]| বৰ্ষ | শিৰোনাম | চৰিত্ৰ | অʼটিটি / টিভি | টোকা |
|---|---|---|---|---|
| ২০১৩ - ২০১৪ | বয়েই গেলো | জী বাংলা | টিভি ধাৰাবাহিকত অভিষেক | |
| ২০১৩ - ২০১৫ | ৰাগে অনুৰাগে | কাৰ্তিক | জী বাংলা | |
| ২০১৪ - ২০১৫ | ঠিক যেন লাভ ষ্টোৰী | ষ্টাৰ জলসা | [13] | |
| ২০১৫ - ২০১৬ | কোজাগৰী | কাৰ্তিক মিত্ৰ | জী বাংলা | |
| ২০১৫ - ২০১৭ | পটল কুমাৰ গানওয়ালা | বিষ্টু, ট্যাক্সি ড্ৰাইভাৰ | ষ্টাৰ জলসা | ২০১৬ চনত উপস্থিতি |
| ২০১৬ - ২০১৭ | জড়োয়াৰ ঝুমকো | জী বাংলা | ||
| ২০১৭ | ওয়ান নাইট ষ্টাণ্ট | দেবা | আড্ডাটাইমছ | |
| ২০১৮ - ২০২০ | চৰিত্ৰহীন | স্যাটি / সতীশ | হইচই | সিজন ১, ২, ৩ [14] |
| ২০১৮ | গড়িয়াহাটেৰ গ্যাংলৰ্ডস | হইচই | ||
| ২০১৯ | বউ কেন সাইকো? | হইচই | ||
| আস্তে লেডিস্ | কৌশিক | হইচই | ||
| ২০১৯ | মেডিকেলে য়োৰস | ললি | আল্ট বালাজী | |
| কামিনী | সাম্য / ৰাজাবাবু | হইচই | ||
| অদ্ভুতুৰে | হইচই | |||
| ২০২০ | পৱিত্ৰ পাপিস | হইচই | ||
| ব্ৰেক আপ ষ্টোৰি | হইচই | [15] | ||
| ৰহস্য ৰোমাঞ্চ সিৰিজ | মোৰা | হইচই | সিজন ৩ [16] | |
| ২০১৯ - ২০২২ | মণ্টু পাইলট | মণ্টু | হইচই | [17] |
| ২০২২ | কাটাকুটি | আদিত্য | হইচই | [18] |
| ২০২১ - ২০২২ | ৰুদ্ৰবীণাৰ অভিশাপ | নাদ | হইচই | |
| ২০২৩ - বৰ্তমান | হোমষ্টে মাৰ্ডাৰ | কিঞ্জল | হইচই | |
| পি.আই. মীনা | আদি | আমাজন প্ৰাইম | ||
| অন্তৰমহল | হইচই |
টিভি অনুষ্ঠান
[সম্পাদনা কৰক]| বৰ্ষ | শিৰোনাম | ভূমিকা | চেনেল | টোকা |
|---|---|---|---|---|
| ২০১৫ | আই লাফ ইউ | প্ৰতিযোগী | ||
| আমৰা না ওৰা | ||||
| ২০১৭, ২০১৯ | দাদাগিৰি আনলিমিটেড | প্ৰতিযোগী | জী বাংলা | সিজন ৭, ৯ |
| ২০১৯ | জী বাংলা ফুটবল লিগ | অংশগ্ৰহণকাৰী | জী বাংলা | |
| ২০২০ | ষ্টাৰ্ট মিউজিক | |||
| ২০২১ | দিদি নাম্বাৰ ১ | অস্থায়ী উপস্থাপক | জী বাংলা | [19] |
| গোলেমালে গোল | সঞ্চালক | ৰান্নাৰ অনুষ্ঠান[20] |
বঁটা-সন্মান
[সম্পাদনা কৰক]| বৰ্ষ | পুৰস্কাৰ | শিতান | সূত্ৰ |
|---|---|---|---|
| ২০১৬ | ষ্টাৰ জলসা পৰিবাৰ পুৰস্কাৰ | শ্ৰেষ্ঠ এঙ্কৰ | |
| ২০১৯ | হইচই পুৰস্কাৰ | বৰ্ষশ্ৰেষ্ঠ চিৰিজ | |
| ২০২০ | চলচ্চিত্ৰ আৰু ফ্ৰেম ডিজিটাল চলচ্চিত্ৰ পুৰস্কাৰ | ওটিটি আটাইতকৈ প্ৰতিশ্ৰুতিশীল মুখ | [21] |
| ২০২১ | হইচই পুৰস্কাৰ | বৰ্ষশ্ৰেষ্ঠ ব্ৰেকথ্ৰু পাৰফৰমেন্স | [22] |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Goswami, Ranita (22 January 2021). (bn ভাষাত)Zee 24 Ghanta. https://zeenews.india.com/bengali/entertainment/sourav-das-joined-tmc-holding-the-hand-of-partha-chatterjee_364999.html.
- ↑ 2.0 2.1 ভট্টাচাৰ্য, স্বৰলিপি. (bn ভাষাত)Anandabazar Patrika. https://www.anandabazar.com/entertainment/sourav-das-starts-his-bollywood-journey-with-onir-dgtl-1.652878.
- ↑ "Colors Bangla is back with Bindass Dance season 2". www.bestmediaifo.com. Archived from the original on ২০১৮-০১-২৬. https://web.archive.org/web/20180126185521/http://bestmediainfo.com/2017/08/colors-bangla-is-back-with-bindass-dance-season-2/। আহৰণ কৰা হৈছে: 2018-01-26.
- ↑ "The Telegraph, India, English News Paper". epaper.telegraphindia.com. Archived from the original on ২০১৮-০১-২৬. https://web.archive.org/web/20180126185245/https://epaper.telegraphindia.com/details/152214-32031640.html। আহৰণ কৰা হৈছে: 2018-01-26.
- ↑ 5.0 5.1 "পুৰনো প্ৰেমে মজেছেন অভিনেতা সৌৰভ" (en ভাষাত). RTV Online. https://www.rtvonline.com/entertainment/163160/%E0%A6%AA%E0%A7%81%E0%A6%B0%E0%A6%A8%E0%A7%8B-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%AE%E0%A7%87-%E0%A6%AE%E0%A6%9C%E0%A7%87%E0%A6%9B%E0%A7%87%E0%A6%A8-%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%87%E0%A6%A4%E0%A6%BE-%E0%A6%B8%E0%A7%8C%E0%A6%B0%E0%A6%AD। আহৰণ কৰা হৈছে: 2023-12-16.
- ↑ 6.0 6.1 "আনুষ্ঠানিকভাবে তৃণমূল কংগ্ৰেসে যোগ দিলেন অভিনেতা সৌৰভ দাস" (en-US ভাষাত). sangbadpratidin. Archived from the original on ২০২১-০২-২৬. https://web.archive.org/web/20210226154806/https://www.sangbadpratidin.in/entertainment/cinema/actor-saurav-das-joins-all-india-trinamool-congress/। আহৰণ কৰা হৈছে: 2023-12-16.
- ↑ "তৃণমূলে যোগ দেওয়াৰ পৰই তৰুণীকে আলিঙ্গনেৰ ভিডিও নিয়ে নিন্দাৰ ঝড়, জবাব দিলেন সৌৰভ দাস" (en-US ভাষাত). sangbadpratidin. Archived from the original on ২০২১-০২-২৬. https://web.archive.org/web/20210226153513/https://www.sangbadpratidin.in/entertainment/cinema/sourav-das-replied-after-video-of-his-birthday-party-went-viral/। আহৰণ কৰা হৈছে: 2023-12-16.
- ↑ "BREAKING: ‘ৰাজনীতিতে এলাম মানুষেৰ সেবা কৰতে’, তৃণমূলে যোগ দিয়েই দৃঢ়কণ্ঠী সৌৰভ দাস" (bn ভাষাত). Indian Express Bangla. 2021-01-22. Archived from the original on ২০২২-০৯-২৫. https://web.archive.org/web/20220925110810/https://bengali.indianexpress.com/entertainment/tollywood-actor-sourav-das-joined-trinamool-congress-281282/। আহৰণ কৰা হৈছে: 2023-12-16.
- ↑ "ৰীতি মেনে দৰ্শনাকে সিঁদূৰ পৰালেন সৌৰভ, বিয়েৰ পৰ জড়িয়ে ধৰে স্ত্ৰীকে খেলেন চুমুও" (bn ভাষাত). Hindustantimes Bangla. 2023-12-15. Archived from the original on 2023-12-16. https://web.archive.org/web/20231216084247/https://bangla.hindustantimes.com/entertainment/sourav-das-and-darshana-banik-tied-knot-on-15-dec-check-their-marriage-photos-31702658065261.html। আহৰণ কৰা হৈছে: 2023-12-16.
- ↑ "বিয়েৰ সাজে তাক লাগালেন সৌৰভ-দৰ্শনা, মেনুতে কী কী ৰয়েছে?" (en-US ভাষাত). sangbadpratidin. https://www.sangbadpratidin.in/entertainment/cinema/bengali-star-couple-saurav-das-and-darshana-baniks-wedding-look/। আহৰণ কৰা হৈছে: 2023-12-16.
- ↑ "Gangster Movie Review, Trailer, & Show timings at Times of India". The Times of India. Archived from the original on ২০১৮-০১-২৭. https://web.archive.org/web/20180127000247/https://timesofindia.indiatimes.com/entertainment/bengali/movie-reviews/Gangster/movie-review/54808624.cms। আহৰণ কৰা হৈছে: 2018-01-26.
- ↑ "‘মীৰ জাফৰ: চ্যাপ্টাৰ টু’তে ফেৰদৌস". মানবজমিন. https://mzamin.com/news.php?news=39019। আহৰণ কৰা হৈছে: 2023-12-16.
- ↑ সংবাদদাতা, নিজা. "ঈশ্বৰেৰ কাছে প্ৰাৰ্থনা কৰলে সৌৰভেৰ নামটা মাথায় আসে, ও খুব ভাল থাকুক: অলিভিয়া" (bn ভাষাত). www.anandabazar.com. Archived from the original on ২০২৩-১১-০৭. https://web.archive.org/web/20231107005957/https://www.anandabazar.com/entertainment/alivia-sarkar-wishes-sourav-das-on-his-birthday-shares-a-picture-of-their-upcoming-movie-dgtl/cid/1262516। আহৰণ কৰা হৈছে: 2023-12-16.
- ↑ "কাদামাখা শৰীৰে অন্তৰঙ্গে মুহূৰ্তে লীন স্বস্তিকা-সৌৰভ, মুক্তি পেল 'চৰিত্ৰহীন ৩'" (bn ভাষাত). Hindustantimes Bangla. 2020-12-24. Archived from the original on ২০২৩-১০-২৩. https://web.archive.org/web/20231023005700/https://bangla.hindustantimes.com/entertainment/swastika-mukherjee-and-sourav-das-cosy-picture-charitraheen-3-released-31608813493964.html। আহৰণ কৰা হৈছে: 2023-12-16.
- ↑ "Anindita Bose: Saurav is method and I am spontaneous" (en ভাষাত). www.telegraphindia.com. Archived from the original on ২০২৩-১০-২২. https://web.archive.org/web/20231022030214/https://www.telegraphindia.com/entertainment/anindita-bose-saurav-is-method-and-i-am-spontaneous/cid/1806769। আহৰণ কৰা হৈছে: 2023-12-16.
- ↑ "Hoichoi announces over 25 new titles on its third anniversary" (en ভাষাত). The Indian Express. 2020-09-18. Archived from the original on ২০২৩-১০-২২. https://web.archive.org/web/20231022031718/https://indianexpress.com/article/entertainment/web-series/hoichoi-announces-over-25-new-titles-on-its-third-anniversary-6601536/। আহৰণ কৰা হৈছে: 2023-12-16.
- ↑ "Saurav Das: I isolated myself for more than a week to prepare for Montu Pilot | SpotboyE" (en ভাষাত). www.spotboye.com. Archived from the original on ২০২১-১০-০৫. https://web.archive.org/web/20211005121620/https://www.spotboye.com/bengali/bengali-news/saurav-das-i-isolated-myself-for-more-than-a-week-to-prepare-for-montu-pilot/5dde9f156608a427896976da। আহৰণ কৰা হৈছে: 2023-12-16.
- ↑ "'Katakuti' Trailer: Sourav Das, Manosi Sengupta And Biplab Bandyopadhyay Starrer 'Katakuti' Official Trailer | Entertainment - Times of India Videos" (en ভাষাত). The Times of India. Archived from the original on ২০২৩-১২-১৪. https://web.archive.org/web/20231214071400/https://timesofindia.indiatimes.com/videos/entertainment/web-series/bengali/katakuti-trailer-sourav-das-manosi-sengupta-and-biplab-bandyopadhyay-starrer-katakuti-official-trailer/videoshow/93000004.cms। আহৰণ কৰা হৈছে: 2023-12-16.
- ↑ "‘দিদি নম্বৰ ১’-এৰ মঞ্চে দাদা সৌৰভেৰ সমস্ত কীৰ্তি ফাঁস বোন অৰুণিমাৰ, দেখোন ভিডিয়ো" (bn ভাষাত). Hindustantimes Bangla. 2021-05-11. Archived from the original on ২০২৩-১০-২২. https://web.archive.org/web/20231022030220/https://bangla.hindustantimes.com/entertainment/actor-sourav-das-is-in-didi-no-1-whith-sister-arunima-das-31620710807233.html। আহৰণ কৰা হৈছে: 2023-12-16.
- ↑ "সেলিব্ৰিটি ৰান্নাৰ শো অথচ ৰান্না কৰতে দিচ্ছেন না সঞ্চালক Saurav, বোঝো কাণ্ড!". Zee24Ghanta.com. 2021-09-22. Archived from the original on ২০২৩-১০-২২. https://web.archive.org/web/20231022030219/https://zeenews.india.com/bengali/entertainment/saurav-das-is-going-to-host-a-fun-show-golemale-gol-with-twelve-bengali-celebrities_405603.html। আহৰণ কৰা হৈছে: 2023-12-16.
- ↑ Indiablooms. "Films and Frames hosts ‘Digital Film Awards’ for Tollywood | Indiablooms - First Portal on Digital News Management" (en ভাষাত). Indiablooms.com. Archived from the original on ২০২৩-১০-২২. https://web.archive.org/web/20231022030213/https://www.indiablooms.com/showbiz-details/T/13032/films-and-frames-hosts-digital-film-awards-for-tollywood.html। আহৰণ কৰা হৈছে: 2023-12-15.
- ↑ "Hoichoi Awards 2020: স্বস্তিকা, সৌৰভ, সৃজিত, অনিৰ্বাণদেৰ ঝুলিতে এল পুৰস্কাৰ, কে কী পেলেন?". Zee24Ghanta.com. Archived from the original on ২০২৩-১০-২২. https://web.archive.org/web/20231022030213/https://zeenews.india.com/bengali/photos/hoichoi-awards-2020-see-the-winners-list-362450। আহৰণ কৰা হৈছে: 2023-12-15.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত সৌৰভ দাস সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- সৌৰভ দাস সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।