সমললৈ যাওক

স্তনৰ এলভিঅ’লাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্তনৰ এলভিঅ’লাছ
দেহতাত্ত্বিক পৰিভাষা
The breast: cross-section scheme of the mammary gland.


স্তন এলভিঅ’লাছ (pl.: এলভিওলি, লেটিন এলভিঅ'লাছৰ পৰা, "সৰু গহ্বৰ") হৈছে স্তনগ্ৰন্থিত পোৱা এটা সৰু গহ্বৰ বা মোনা।[1][2] স্তন এলভিঅ'লি হৈছে স্তনগ্ৰন্থিত গাখীৰ উৎপাদন আৰু সংৰক্ষণৰ স্থান।[1][2] স্তন এলভিঅ'লি স্তন লবিউল নামৰ গোটত গোট খায় আৰু প্ৰতিটো স্তনত এই লবিউল ১৫ৰ পৰা ২০টা থাকিব পাৰে।[1][2] লবিউলবোৰে নিপলৰ পৰা লেক্টিফেৰাছ নলীৰ মাজেৰে গাখীৰ নিষ্কাশন কৰে।[1][2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 Susan Blackburn (14 April 2014). Maternal, Fetal, & Neonatal Physiology. Elsevier Health Sciences. পৃষ্ঠা. 146. ISBN 978-0-323-29296-2. https://books.google.com/books?id=RNLsAwAAQBAJ&pg=PA146.
  2. 1 2 3 4 "SEER Training: Breast Anatomy". National Cancer Institute. https://training.seer.cancer.gov/breast/anatomy/ আহৰণ কৰা হৈছে: 9 May 2012.