সমললৈ যাওক

স্বপ্নময় চক্ৰৱৰ্তী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্বপ্নময় চক্ৰৱৰ্তী

স্বপ্নময় চক্ৰৱৰ্তী (ইংৰাজী: Swapnamoy Chakraborty, জন্ম: ২৪ আগষ্ট ১৯৫১) এগৰাকী ভাৰতীয় বাঙালী কথাসাহিত্যিক, ঔপন্যাসিক আৰু প্ৰাবন্ধিক। তেওঁ আনন্দ পুৰস্কাৰ, বঙ্কিম পুৰস্কাৰ আৰু সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হৈছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

স্বপ্নময় চক্ৰৱৰ্তীৰ জন্ম উত্তৰ কলকাতাত।

সাহিত্য

[সম্পাদনা কৰক]

স্বপ্নময় চক্ৰৱৰ্তীয়ে মূলতঃ বাংলা সাহিত্য জগতত চুটিগল্পকাৰ হিচাপে খ্যাতি অৰ্জন কৰিছে। অৱশ্য‍ে বহু উপন্যাস, প্ৰবন্ধ, স্তম্ভ লেখক হিচাপেও তেওঁৰ খ্যাতি আছে। ১৯৭২ চনত তেওঁৰ প্ৰথম গল্প ‘অমৃত’ আলোচনীত প্ৰকাশিত হয়।[1] তেওঁৰ দ্বাৰা ৰচিত হলদে গোলাপ গ্ৰন্থখনে ২০১৫ চনত আনন্দ পুৰস্কাৰ লাভ কৰিছিল। এই উপন্যাসখন আচলতে সমকামী, তৃতীয় লিংগৰ মানুহ বিষয়ক গৱেষণামূলক উপন্যাস।[2] ২০০৫ চনত স্বপ্নময় চক্ৰৱৰ্তীয়ে অবন্তীনগৰ উপন্যাসৰ বাবে বংকিম পুৰস্কাৰ লাভ কৰে। ইয়াৰ উপৰিও তেওঁ মাণিক বন্দ্যোপাধ্যায় পুৰস্কাৰ, সৰ্বভাৰতীয় কথা পুৰস্কাৰ ইত্যাদিৰে‍ সম্মানিত হৈছে।[3]

পুৰস্কাৰ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "হেডমাষ্টাৰ শ্বশুৰ বললেন, পড়া গেল না". আনন্দবাজাৰ পত্ৰিকা. ১৩ অক্টোবৰ ২০১৭. http://www.anandabazar.com/supplementary/rabibashoriyo/swapnamoy-chakraborty-writes-about-his-first-book-1.185453. 
  2. "হলুদ গোলাপ ফুলে স্বপ্নময় আনন্দ-সুঘ্ৰাণ". আনন্দবাজাৰ পত্ৰিকা. ১৩ অক্টোবৰ ২০১৭. http://www.anandabazar.com/state/swapnamoy-chakraborty-gets-ananda-puraskar-1.134852. 
  3. "পাঠকেৰ মুখোমুখি হবেন স্বপ্নময় চক্ৰবৰ্তী". ১৩ অক্টোবৰ ২০১৭. http://www.prothomalo.com/bangladesh/article/1072195/%E0%A6%AA%E0%A6%BE%E0%A6%A0%E0%A6%95%E0%A7%87%E0%A6%B0-%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%87%E0%A6%BE%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A6%BF-%E0%A6%B9%E0%A6%AC%E0%A7%87%E0%A6%A8-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%AA%E0%A7%8D%E0%A6%A8%E0%A6%AE%E0%A7%9F-%E0%A6%9A%E0%A6%95%E0%A7%8D%E0%A6%B0%E0%A6%AC%E0%A6%B0%E0%A7%8D%E0%A6%A4%E0%A7%80. 
  4. "'অবিশ্বাস্য', সাহিত্য অকাদেমি পেয়ে প্ৰথম এই সময় ডিজিটালে প্ৰতিক্ৰিয়া স্বপ্নময় চক্ৰবৰ্তীৰ" (bn ভাষাত). 2023-12-22. https://eisamay.com/nation/swapnamoy-chakraborty-bengali-writer-wins-sahitya-akademi-award-shares-his-experience/articleshow/106159731.cms. 
  5. "বাংলা সাহিত্যে ‘স্বপ্নময়’ দিন, সাহিত্য অ্যাকাডেমি সম্মান বৰ্ষীয়ান সাহিত্যিকেৰ" (bn ভাষাত). 2023-12-22. https://bangla.hindustantimes.com/lifestyle/novelist-swapnamoy-chakraborty-receives-sahitya-akademi-award-31703075205741.html.