স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় কোকৰাঝাৰ
অৱয়ব
| স্বামী বিবেকানন্দ বিশ্ববিদ্যালয়, কোকৰাঝাৰ | |
|---|---|
| মূলমন্ত্ৰ | Awaken. Educate. Transform. |
| স্থাপিত | ২০২৫ |
| ধৰণ | ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় |
| স্নাতক শিক্ষাৰ্থী | স্নাতক |
| স্নাতকোত্তৰ শিক্ষাৰ্থী | স্নাতকোত্তৰ, ডক্টৰেট |
| স্থান | আই.টি. পাৰ্ক, চান্দামাৰী কোকৰাঝাৰ জিলা অসম, ভাৰতবৰ্ষ |
| চৌহদ | অন্ত-নগৰ |
| ৱেবছাইট | svu |
স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় (Swami Vivekanand University) এখন ৰাজ্যিক ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনে ২০২৫ চনত প্ৰতিষ্ঠা লাভ কৰে। এইখন অসমৰ কোকৰাঝাৰ জিলাৰ আই.টি. পাৰ্ক, চান্দামাৰী নামৰ ঠাইত অৱস্থিত। বিশ্ববিদ্যালয়খন অসম বিধানসভাৰ ASSAM ACT NO. XIX OF 2025 আইন অনুসৰি স্থাপন কৰা হৈছে। [1]
বিভাগ আৰু পাঠ্যক্ৰম
[সম্পাদনা কৰক]- স্কুল অৱ হোটেল মেনেজমেণ্ট এণ্ড হস্পিটেলিটি
- স্কুল অৱ কমাৰ্চ এণ্ড মেনেজমেণ্ট
- স্কুল অৱ হিউমেনিটিজ এণ্ড ছ’চিয়েল ছায়েন্স
- স্কুল অৱ পিউৰ এণ্ড এপ্লাইড চাইন্সেছ
- স্কুল অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি
- ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্টেল স্কুল
- স্কুল অৱ পেৰা মেডিকেল চাইন্সেছ
ঠিকনা
[সম্পাদনা কৰক]স্বামী বিবেকানন্দ বিশ্ববিদ্যালয়, আই.টি. পাৰ্ক, চান্দামাৰী, কোকৰাঝাৰ, অসম ৭৮৩৩৭০[2] যোগাযোগ +91 92422 97685 ই-মেইল svuassam@gmail.com
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Swami Vivekanand University". PRSIndia. https://prsindia.org/files/bills_acts/bills_states/assam/2025/Swami_Vivekanand_University_Bill_2025.pdf। আহৰণ কৰা হৈছে: 30 August 2025.
- ↑ [Swami Vivekanand University - -- "Swami Vivekanand University"]. LinkedIn. Swami Vivekanand University - --। আহৰণ কৰা হৈছে: 30 August 2025.
