সৰলপাৰা
![]() | এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
সৰলপাৰা এফ.ভি
সৰলপাৰা গাঁও | |
---|---|
Saralpara | |
![]() | |
স্থানাংক: 26°50′0″N 90°15′17″E / 26.833333°N 90.25472°Eস্থানাংক: 26°50′0″N 90°15′17″E / 26.833333°N 90.25472°E | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | কোকৰাঝাৰ |
চৰকাৰ | |
• পৰিচালনা | সৰলপাৰা পৌৰসভা ব’ৰ্ড/ভিচিডিচি |
কালি | |
• মুঠ |
২.৭৬ বৰ্গকিমি (১.০৭ বৰ্গমাইল) |
জনসংখ্যা (২০১১) | |
• মুঠ |
৯৪২ |
• ঘনত্ব | ৪১০/km২ (১,১০০/sq mi) |
সৰলপাৰা এফ.ভি (ইংৰাজী: Saralpara) অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এখন গাঁও। এই গাঁওখন কোকৰাঝাৰ চহৰৰ পৰা ৫৬ কিলোমিটাৰ (৩৫ মাইল) দূৰৈত, ভাৰত-ভূটান সীমান্তৰ ওচৰত অৱস্থিত।[1][2][3][4] সৰলপাৰা ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবে পৰিচিত। সাম্প্ৰতিক সময়ত গাঁওখন এক স্থানীয় পৰ্যটন কেন্দ্ৰ তথা বনভোজস্থলীলৈ পৰিণত হৈছে।
ভূগোল
[সম্পাদনা কৰক]সৰলপাৰা গাঁওখন অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। গাঁওখনৰ মুঠ ভৌগোলিক আয়তন ২.৭৬ বৰ্গকিলোমিটাৰ (১.০৭ বৰ্গমাইল)। ভাৰত-ভূটান সীমান্তৱৰ্তী, এই গাঁওখন গুৱাহাটী চহৰৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় ২২৬ কিলোমিটাৰ নিলগত অৱস্থিত।
জনগাঁথনি
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি[5] সৰলপাৰাৰ জনসংখ্যা ৯৪২ জন, ইয়াৰে ৬৪৪জন পুৰুষ আৰু ২৯৮জনী মহিলা। ০ৰ পৰা ৬ বছৰ বয়সৰ শিশুৰ জনসংখ্যা ৫১জন, ই মুঠ জনসংখ্যাৰ ৫.৪১%।
ৰাজ্যৰ গড় (লিংগ অনুপাত) ৯৫৮ জনৰ তুলনাত সৰলপাৰা গাঁৱৰ লিংগ অনুপাত প্ৰায় ৪৬৩। সৰলপাৰাত সাক্ষৰতাৰ হাৰ ৮৬.৮৪%, যাৰ ৯৩.৯৪% পুৰুষৰ আৰু ৭১.৪৮% মহিলাৰ। সৰলপাৰাৰ মুঠ জনসংখ্যাৰ ০.৯৬% অনুসূচিত জাতি আৰু ৫১.০৬% অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Saralpara in Kokrajhar, Assam a popular picnic spot, INDIA". https://buoyantlifestyles.com/saralpara-in-kokrajhar-assam-a-popular-picnic-spot-india। আহৰণ কৰা হৈছে: 21 April 2023.
- ↑ "Saralpara Picnic Spot in Kokrajhar, Assam – Location & details". https://www.swarnabdutta.com/saralpara-picnic-spot-kokrajhar-assam/। আহৰণ কৰা হৈছে: 21 April 2023.
- ↑ "Saralpara F.V.Kokrajhar, Kokrajhar, Assam, India". https://geolysis.com/p/in/as/kokrajhar/kokrajhar/saralpara-f-v। আহৰণ কৰা হৈছে: 21 April 2023.
- ↑ "SARALPARA F V". https://pincodearea.in/SARALPARA-F-V-Pincode-PO-Ultapani-BO। আহৰণ কৰা হৈছে: 21 April 2023.
- ↑ "Saralpara F.V. Village Population - Kokrajhar (Pt), Kokrajhar, Assam". https://www.censusindia2011.com/assam/kokrajhar/kokrajhar-pt/saralpara-fv-population। আহৰণ কৰা হৈছে: 21 April 2023.[সংযোগবিহীন উৎস]