সমললৈ যাওক

সৰ্বেশ্বৰ ভোই

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সৰ্বেশ্বৰ ভোই (ইংৰাজী: Sarveshwar Bhoi; জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৮২) হ'ল এজন সম্বলপুৰী লোকগায়ক।[1] [2] তেওঁ ২০১৪ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী সম্বলপুৰী চলচ্চিত্ৰ আদিম বিচাৰলিক্ৰি ঝিক্ৰি আৰু লাল ঝৰ ঝৰ গীত গাইছিল।[3]

চমু জীৱনী

[সম্পাদনা কৰক]

১৯৮২ চনত কালাহাণ্ডী জিলাৰ নৰলাৰ খাৰপুৰ গাঁৱত তেওঁ জন্মগ্ৰহণ কৰিছিল। পিতৃৰ নাম পুৰুষোত্তম ভোই আৰু মাকৰ নাম পান ভোই। তেওঁ নৰলা পঞ্চায়ত সমিতি হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি ভৱানীপট্নাৰ চৰকাৰী স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷

২০০২ চনত স্নাতক ডিগ্ৰী লাভ কৰি থাকোঁতে মহাবিদ্য সাংস্কৃতিক প্ৰতিষ্ঠানত গায়ন-বায়ন প্ৰতিযোগিতাত জয়লাভ কৰে। ২০০৬ চনত তেওঁ প্ৰথমে গুৰু কৰুণাকৰ দাসৰ পৰা আৰু পিছলৈ গুৰু সন্তোষ কুমাৰ দাসৰ পৰা ওডিছি সংগীত শিকিছিল।[4]

সৰ্বেশ্বৰৰ পত্নী বিষ্ণুপ্ৰিয়া গহীৰ এগৰাকী লোকশিল্পী। তেওঁৰ পুত্ৰৰ নাম ভোলেশ্বৰ ভোই।

পুৰস্কাৰ

[সম্পাদনা কৰক]

সম্বলপুৰী লোকনৃত্য আৰু গায়ন-বায়নলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১৭ চনত সংগীত নাটক অকাডেমীয়ে ৰছিদ বিছমিল্লা আলী খান যুৱপুৰাস্কৰ সন্মানেৰে সন্মানিত কৰিছিল।[5][6]

  • কেন্দ্ৰীয় সংগীত আৰু নাটক একাডেমী জুনিয়ৰ বৃত্তি
  • কেন্দ্ৰীয় সংগীত আৰু নাটক একাডেমী ফেল'শ্বিপ
  • কলিংগা আইকনিক বঁটা ২০১৮
  • কোশল তাৰকা বঁটা।[7]
  • ২০১৭ চনত আলী খান যুৱ বঁটা (লোকনৃত্য আৰু গীত বিভাগৰ বিজয়ী)।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Pioneer, The. "CM hails K’handi as State’s green basket" (en ভাষাত). The Pioneer. Archived from the original on 2019-02-28. https://web.archive.org/web/20190228191849/https://www.dailypioneer.com/2018/state-editions/cm-hails-k---handi-as-state---s-green-basket.html। আহৰণ কৰা হৈছে: 2019-02-28. 
  2. bureau, Odisha Diary (2018-09-28). "Odisha Chief Minister Naveen Patnaik Inaugurates three Day Kalahandi Dialogue in Bhawanipatna" (en-US ভাষাত). OdishaDiary. Archived from the original on 2019-02-28. https://web.archive.org/web/20190228130443/http://orissadiary.com/odisha-chief-minister-naveen-patnaik-inaugurates-three-day-kalahandi-dialogue-bhawanipatna/। আহৰণ কৰা হৈছে: 2019-02-28. 
  3. "Likri Jhikri (Full Song) - Sarbeswar - Download or Listen Free". https://www.jiosaavn.com/song/likri-jhikri/OTIYchpHDlk. 
  4. "I was born to sing, dance: Sarbeswar - Orissa Post". DailyHunt. http://m.dailyhunt.in/news/india/english/orissa+post-epaper-orisapos/i+was+born+to+sing+dance+sarbeswar-newsid-91282069. 
  5. "Akademi prize for Sujata" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/odisha/akademi-prize-for-sujata/cid/1417081। আহৰণ কৰা হৈছে: 2019-02-28. 
  6. List of Ustad Bismillah Khan Yuva Puraskar awardee of 2017
  7. "SambadEpaper". https://sambadepaper.com/.+12 November 2018. https://sambadepaper.com/imageview_20962_205434505_4_80_17-12-2023_12_i_1_sf.html। আহৰণ কৰা হৈছে: 19 December 2023. 
  8. "Sujata Mohapatra selected for Sangeet Natak Akademi award" (en-US ভাষাত). 2018-06-20. Archived from the original on 2018-09-14. https://web.archive.org/web/20180914165437/https://odishatv.in/odisha/sujata-mohapatra-selected-for-sangeet-natak-akademi-award-303574। আহৰণ কৰা হৈছে: 2019-02-28.