হ'লি ৰাইটছ
অৱয়ব
| হ'লি ৰাইটছ | |
|---|---|
| পৰিচালক | ফাৰহা খাতুন |
| প্ৰযোজক | প্ৰিয়ংকা মৰে |
| চিত্ৰগ্ৰহণকাৰী | দেবালিনা & প্ৰিয়ংকা বিশ্বাস |
| সম্পাদনা | শঙ্খ |
| সংগীত পৰিচালক | সন্তজিৎ চেটাৰ্জী |
| পৰিবেশক | ফিল্মটৰ |
মুক্তি |
মাৰ্চ ২০২০ (IAWRT এছিয়ান মহিলা চলচ্চিত্ৰ মহোৎসৱ) |
দৈৰ্ঘ্য |
৫৩ মিনিট |
| দেশ | ভাৰত |
| ভাষা | উৰ্দু |
হ'লি ৰাইটছ (ইংৰাজী: Holy Rights) হ'ল ভাৰতৰ ট্ৰিপল তালাক সম্পৰ্কীয় মুছলমান মহিলাৰ বিবাহ বিচ্ছেদৰ বিষয়ত ভাৰতীয় মুছলমান মহিলা আন্দোলনৰ কামৰ ওপৰত ফাৰহা খাতুনে পৰিচালনা কৰা ২০২০ চনৰ উৰ্দু তথ্যচিত্ৰ। ২৬ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখন প্ৰদৰ্শন কৰা হৈছিল।[1][2][3][4]
বঁটা আৰু স্বীকৃতি
[সম্পাদনা কৰক]হ'লি ৰাইটছ তথ্যচিত্ৰখনে সামাজিক বিষয়ৰ ওপৰত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে ২০২১ ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ভাগ-বতৰা কৰিছিল।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ . 21 March 2021. http://www.sundaytimes.lk/210321/magazine/goethe-institute-shows-film-on-triple-talaq-436511.html.
- ↑ . 22 December 2020. https://timesofindia.indiatimes.com/city/kolkata/city-directors-documentary-on-triple-talaq-makes-it-to-film-fests/articleshow/79846213.cms.
- ↑ Chatterji, Shoma A (2021-03-16). "Holy Rights: Farha Khatun's celluloid statement against triple talaq". Indian Cultural Forum. https://indianculturalforum.in/2021/03/16/holy-rights-farha-khatuns-celluloid-statement-against-triple-talaq/। আহৰণ কৰা হৈছে: 2021-04-05.
- ↑ . 13 May 2021. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/farha-khatun-holy-rights-captures-the-desperation-that-enables-women-risk-everything-to-change-an-oppressive-system/articleshow/82598592.cms.
- ↑ Dasgupta, Priyanka (23 March 2021). "Gumnaami, Jyeshthoputro bag national honours; Bong connection laurels in other categories, too". The Times of India. https://timesofindia.indiatimes.com/city/kolkata/gumnaami-jyeshthoputro-bag-national-honours-bong-connection-laurels-in-other-categories-too/articleshow/81639806.cms.