হন্নেলে চিগুৰিদাগা
অৱয়ব
| হন্নেলে চিগুৰিদাগা | |
|---|---|
![]() | |
| পৰিচালক | এম আৰু বিট্টল |
| ৰচনা | ত্ৰিবেণী |
| চিত্ৰনাট্য | এম আৰু বিট্টল |
| ভিত্তি | হন্নেলে চিগুৰিদাগা লেখক: ত্ৰিবেণী |
| প্ৰযোজক | শ্ৰীকান্ত নাহাতা শ্ৰীকান্ত পেটেল |
| অভিনয়ত | ৰাজকুমাৰ কল্পনা আৰ নাগেন্দ্ৰ ৰাও |
| সংগীত পৰিচালক | এম ৰংগাৰাও |
মুক্তি |
১৯৬৮ |
দৈৰ্ঘ্য |
১৩১ মিনিট |
| দেশ | ভাৰত |
| ভাষা | কানাড়া |
হন্নেলে চিগুৰিদাগা (ⓘ ; অনু. যেতিয়া পুৰণি পাত সজীৱ হৈ উঠে; ইংৰাজী: Hannele Chiguridaga) ১৯৬৮ চনৰ কন্নড় ভাষাৰ এখন ছবি, যিখনৰ পৰিচালনা এম আক বিট্টলে কৰিছে। প্ৰযোজনা কৰিছে শ্ৰীকান্ত এণ্টাৰপ্ৰাইজেছে। ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে ৰাজকুমাৰ, আৰ নগেন্দ্ৰ ৰাও আৰু কল্পনাই। ত্ৰিবেনী[1] ৰচিত একে নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মিত এই ছবিখনত শিক্ষাৰ ক্ষেত্ৰত মহিলাসকলৰ সবলীকৰণ আৰু বিধৱা বিবাহৰ সৈতে জড়িত বিষয়ত চৰ্চা কৰা হৈছে।[2]
আৱহ সংগীত আৰু গীতৰ সংগীত এম ৰংগৰাৱে ৰচনা কৰিছে। গীতৰ কথা লিখিছে আৰ এন জয়গোপাল। মুক্তিৰ পিছত ছবিখনে বহু কেইটা বঁটা পাবলৈ সক্ষম হয়, যাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ছবিৰ বাবে কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটাও [3] ছবিখনত মুঠ ছটা গীত আছে। [4]
বঁটা
[সম্পাদনা কৰক]- ১৯৬৮-৬৯ কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা
- প্ৰথম শ্ৰেষ্ঠ ছবি
- শ্ৰেষ্ঠ অভিনেতা- আৰ নাগেন্দ্ৰ ৰাও
- শ্ৰেষ্ঠা অভিনেত্ৰী- কল্পনা
- শ্ৰেষ্ঠ সংগীত পৰিচালক- এম ৰংগাৰাও
- শ্ৰেষ্ঠ গল্প- ত্ৰিবেণী
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Walking the pioneer's path". The Hindu. 24 August 2007. http://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/article2273510.ece.
- ↑ "Hannele Chiguridaga songs". http://gaana.com/album/hannele-chiguridaaga.
- ↑ "Hannele Chiguridaga songs". http://gaana.com/album/hannele-chiguridaaga.
- ↑ "Hannele Chiguridaaga - EP". iTunes. https://itunes.apple.com/us/album/hannele-chiguridaaga-ep/id850679105। আহৰণ কৰা হৈছে: 8 December 2014.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Mary Kom (film) সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বলিউড হাংগামাত হন্নেলে চিগুৰিদাগা-ৰ তথ্য
- হন্নেলে চিগুৰিদাগা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
