সমললৈ যাওক

হস্তা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৰ্ভাচ (হস্তা)ৰ মানচিত্ৰ

হস্তা (हस्त), অৰ্থাৎ "হাত" ভাৰতীয় জ্যোতিষ আৰু জ্যোতিষ বিজ্ঞানৰ তেৰ নম্বৰ নক্ষত্ৰ (চন্দ্ৰ ভৱন), যাৰ বিস্তৃতি ১০°ৰপৰা ২৩° ২০′লৈকে। ই কৰ্ভাছ নক্ষত্ৰমণ্ডলৰ α, β, γ, δ, আৰু ε কৰ্ভি তৰাৰ সৈতে ৰজিতা খায়।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Hasta (हस्त)". IAU Working Group on Star NamesAll Skies Encyclopaedia. https://ase.exopla.net/index.php/Hasta। আহৰণ কৰা হৈছে: 18 December 2025.