সমললৈ যাওক

হাইদৰ হুছেইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হাইদৰ হুছেইন অসমৰ এগৰাকী সাংবাদিক, লেখক আৰু ৰাজনৈতিক বিশ্লেষক। প্ৰখৰ স্মৃতিশক্তিৰ অধিকাৰী বুলি জনাজাত হুছেইন বিজ্ঞানমনস্ক ব্যক্তি হোৱাৰ লগতে তেওঁ সমাজৰ পৰা কুসংস্কাৰ-কুপ্ৰথা আঁতৰাবলৈ নিজে এগৰাকী বিধবা নাৰীক বিবাহ কৰাই সমাজলৈ আদৰ্শ ৰাখি থৈছে। অসমৰ সাংবাদিকতাৰ জগতখনত হুছেইন অতি প্ৰখ্যাত।

বংশ পৰিচয়

[সম্পাদনা কৰক]

হুছেইনৰ পত্নীৰ নাম বীণা মজুমদাৰ হুছেইন।

কৰ্মজীৱন

[সম্পাদনা কৰক]

অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক আছিল।[1] দেশ-দেশান্তৰ নামৰ ভ্ৰমণ কাহিনীৰ ৰচনা।[2]

বঁটা-সন্মান

[সম্পাদনা কৰক]
  • অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ “চ্যুকাফা বঁটা’’ ২০২৫
  • গণকণ্ঠ উপাধি প্ৰদান।
  • কৃষক মুক্তি সংগ্ৰাম সমিতিৰ “জাতীয় সম্প্ৰীতি বঁটা’’।[1]
  • বি আৰ আম্বেদকাৰ বঁটা।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Veteran Journalist Haidar Hussain Honored with Jatiya Sampriti Award". https://www.pratidintime.com/guwahati-news-breaking-latest/veteran-journalist-haidar-hussain-honored-with-jatiya-sampriti-award-8880887। আহৰণ কৰা হৈছে: 22 January 2026. 
  2. "দেশ-দেশান্তৰ". https://scientiabooks.in/product/desh-deshantar-bhraman-kahini/। আহৰণ কৰা হৈছে: 22 January 2026.