সমললৈ যাওক

হাওৰাঘাট বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাওৰাঘাট
সমষ্টি নং- ১০৯ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
বিভাগপাৰ্বত্য সংমণ্ডল
জিলাকাৰ্বি আংলং
লোকসভা সমষ্টিডিফু
প্ৰতিস্থা১৯৭৮
সংৰক্ষণঅনুসূচিত জনজাতি
বিধান সভাৰ সদস্য
পদাধিকাৰী
দৰসিং ৰংহাং
দল Bharatiya Janata Party
মিত্ৰগোট National Democratic Alliance
নিৰ্বাচিত বছৰ২০২৬

হাওৰাঘাট বিধানসভা সমষ্টি (ইংৰাজী: Howraghat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও কাৰ্বি আংলং জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।

এই সমষ্টিটো কাৰ্বি আংলং জিলাৰ অন্তৰ্গত আৰু ই ডিফু (লোকসভা সমষ্টি)ৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই স্বায়ত্ত্বশাসিত জিলা লোকসভা সমষ্টিৰ অংশ আছিল)। সমষ্টিটো অনুসূচিত জনজাতিৰ (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

বিধানসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
নিৰ্বাচন সদস্য দলৰ সংযোগ
১৯৭৮ বাৰেলং তিমুং জনতা পাৰ্টি
১৯৮৩ ধনী ৰাম ৰংপি ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫ খেৰচিং বে স্বতন্ত্ৰ প্ৰাৰ্থী
১৯৯১ চন্দ্ৰকান্ত তিমুং স্বায়ত্ত্বশাসিত ৰাজ্য দাবী সমিতি
১৯৯৬
২০০১
২০০৬ খৰচিং ইংতি ভাৰতীয় জাতীয় কংগ্ৰেছ
২০১১
২০১৬ জয়ৰাম ইংলং ভাৰতীয় জনতা পাৰ্টী
২০২১ দৰসিং ৰংহাং ভাৰতীয় জনতা পাৰ্টী
২০২৬

নিৰ্বাচনী ফলাফল

[সম্পাদনা কৰক]

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী দলৰ প্ৰাৰ্থী দৰসিং ৰংহাঙে বিজয় সাব্যস্ত কৰি হাওৰাঘাট সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২৬ৰ অসম বিধানসভা নিৰ্বাচন: হাওৰাঘাট[1]
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Bharatiya Janata Party দৰসিং ৰংহাং 68,412 55.45 +7.03
Indian National Congress সনৎ কুমাৰ টেৰন 46,125 37.38 −4.12
Autonomous State Demand Committee চম ইংতি 6,110 4.95
ওপৰৰ এটাও নহয় (নটা) নটা ২,৭১২ ২.২২ -
সংখ্যাগৰিষ্ঠ ২২,২৮৭ ১৮.০৭ -
মুঠ ভোটদান ১,২৩,৩৫৯ ৮৩.১৫
ছুইং - -

২০২১ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত হাওৰাঘাট সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০২১ৰ অসম বিধানসভা নিৰ্বাচন: হাওৰাঘাট
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Bharatiya Janata Party দৰসিং ৰংহাং 57,726 48.42
Indian National Congress সনৎ কুমাৰ টেৰন 49,541 41.56
Assam Jatiya Parishad প্ৰতিভা তিমুংপী 9,145 7.67
ওপৰৰ এটাও নহয় (নটা) নটা ২,৮২০ ২.৩৫ -
সংখ্যাগৰিষ্ঠ ৮,১৮৫ ৬.৮৬ -
মুঠ ভোটদান ১,১৯,২৩২ ৭৯.১৭
ছুইং - -

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

২০১৬ৰ অসম বিধানসভা নিৰ্বাচন: হাওৰাঘাট
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Bharatiya Janata Party জয়ৰাম ইংলং 44,170 46.33
Indian National Congress খৰচিং ইংতি 34,426 36.11
নিৰ্দলীয় চম ইংতি 14,310 15.01
ওপৰৰ এটাও নহয় (নটা) নটা ২,৪২৬ ২.৫৫ -
সংখ্যাগৰিষ্ঠ ৯,৭৪৪ ১০.২২ -
মুঠ ভোটদান ৯৫,৩৩২ ৮২.৬৩
ৰ Indian National Congressৰ ওপৰত বিজয় সাব্যস্ত ছুইং - -

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]